• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰপৃষ্ঠত নামিবলৈ মাজত মাত্ৰ ১০০ কিঃমিঃ দূৰত্ব! নীল আমষ্ট্ৰঙৰ জন্মদিনৰ দিনাই চন্দ্ৰৰ কক্ষপথত ভৰি দিলে চন্দ্ৰযান-৩য়ে

চন্দ্ৰপৃষ্ঠত নামিবলৈ মাজত মাত্ৰ ১০০ কিঃমিঃ দূৰত্ব! নীল আমষ্ট্ৰঙৰ জন্মদিনৰ দিনাই চন্দ্ৰৰ কক্ষপথত ভৰি দিলে চন্দ্ৰযান-৩য়ে

3 years ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

23 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

10 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

14 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

16 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

চন্দ্ৰপৃষ্ঠত নামিবলৈ মাজত মাত্ৰ ১০০ কিঃমিঃ দূৰত্ব! নীল আমষ্ট্ৰঙৰ জন্মদিনৰ দিনাই চন্দ্ৰৰ কক্ষপথত ভৰি দিলে চন্দ্ৰযান-৩য়ে

editor by editor
August 6, 2023
in বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
চন্দ্ৰপৃষ্ঠত নামিবলৈ মাজত মাত্ৰ ১০০ কিঃমিঃ দূৰত্ব! নীল আমষ্ট্ৰঙৰ জন্মদিনৰ দিনাই চন্দ্ৰৰ কক্ষপথত ভৰি দিলে চন্দ্ৰযান-৩য়ে
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিবাৰে সন্ধিয়া চন্দ্ৰৰ কক্ষপথত ভৰি দিছে চন্দ্ৰযান-৩য়ে। মহাকাশযানখনে পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা ওলাই গৈ চন্দ্ৰৰ কক্ষপথত প্ৰদক্ষিণ কৰি আছে। উৎক্ষেপণৰ ২২ দিন পাছত চন্দ্ৰৰ আকৰ্ষণবলৰ অধীনত চন্দ্ৰৰ কক্ষপথত প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিছে যানখনে। কিন্তু মূল গন্তব্যস্থান পাবলৈ এতিয়াও বহুদূৰ পথ বাকী আছে। চন্দ্ৰৰ মাটি স্পৰ্শ কৰাৰ আগতেই কেইটামান কঠিন পৰীক্ষাৰ মুখামুখি হ’ব চন্দ্ৰযান-৩। শনিবাৰে চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ কক্ষপথত সফলভাৱে ভৰি দিয়াৰ পাছতেই ইছৰোই কৰিছে বিশেষ টুইট।

ইছৰোই দিয়া বিবৃত্তিত উল্লেখ কৰামতে সন্ধিয়া ৭.১২ মিনিট মহাকাশযানখনে চন্দ্ৰৰ কক্ষপথত ভৰি দিছে। চন্দ্ৰৰ মাটিত প্ৰথম ভৰি দিছিল আমেৰিকাৰ মহাকাশচাৰী নীল আমষ্ট্ৰং। শনিবাৰে আছিল নীল আমষ্ট্ৰঙৰ ৯৩ সংখ্যক জন্মবাৰ্ষিকী। চন্দ্ৰৰ আকৰ্ষণ বলৰ সহায়ত চন্দ্ৰৰ কক্ষপথত ৪পাক ঘূৰিব চন্দ্ৰযান-৩য়ে। ধীৰে ধীৰে চন্দ্ৰযানখনৰ গতি কমি আহিব। চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ তুলনাত ৬গুণ কম। সেয়ে ধীৰে ধীৰে যানখনে গতি কমাই আনিহে চন্দ্ৰপৃ্ষ্ঠত অৱতৰণ কৰিব পাৰিব।

পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ অধীনত যিমান দিন চন্দ্ৰযান-৩য়ে পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰি আছিল তেতিয়ালৈ ঢাপে ঢাপে যানখনৰ গতি বৃদ্ধি কৰা হৈছিল। ৫টা ঢাপ পাৰ লৈ পৃথিৱীৰ কক্ষপথ এৰিছে যানখনে। বৰ্তমান চন্দ্ৰযান-৩ ৰ অৱস্থান চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ১০০ কিঃমিঃ দূৰত্বত। তাৰপিছতেি চন্দ্ৰযান৩ য়ে কঠিন কাৰ্যকলাপৰ মুখামুখি হ’ব? আগন্তুক ২৩ আগষ্টৰ সন্ধিয়া ৫.৪৭ মিনিটত ৰোভাৰ প্ৰজ্ঞানক যানখনৰ পৰা বাহিৰলৈ উলিওৱা হ’ব। চফট লেণ্ডিং কৰিব চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে। ৪বছৰ পূৰ্বে এনেদৰে লেণ্ডিং কৰাৰ সময়তে ব্যৰ্থ হৈছিল ইছৰোৰ চন্দ্ৰযান-২য়ে।

চন্দ্ৰৰ দক্ষিণ মেৰুত নামিব চন্দ্ৰযান-৩। এই অভিযান যদি সফল হয় তেন্তে ভাৰতৰ মহাকাশ গৱেষণাই নিশ্চয়কৈ এক নতুন মাত্ৰা পাব বুলিও জনাইছে ইছৰোৰ দলটোৱে। আমেৰিকা, ৰাছিয়া, চীনৰ পাছতেই চন্দ্ৰত মহাকাশযান পঠোৱা চতুৰ্থখন দেশ হৈছে ভাৰত। ২০১৯ চনৰ ৭ জুলাইত চন্দ্ৰৰ দক্ষিণ মেৰুৰ নিচেই কাষত ‘ছিমপেলিয়াছ এন’ আৰু ‘মেনজিনাছ ছি’ নামৰ দুটা গহ্বৰ আছে। এই দুই গহ্বৰৰ মাজৰ সমতল স্থানত বিক্ৰমে লেণ্ডিং কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চন্দ্ৰযান-২ ৰ অভিযান সফল নহ’ল।

এইবাৰৰ অভিযান ইছৰোই চলোৱা তৃতীয়টো অভিযান। ইয়াৰপূৰ্বেও দুবাৰকৈ মানৱবিহীন যান চন্দ্ৰলৈ প্ৰেৰণ কৰিছে ইছৰোই। বাংগালুৰুৰ বিশেষ কাৰ্যালয়ৰ পৰা এইবাৰৰ যানখনৰ সমূহ গতিবিধি নিয়ন্ত্ৰণ কৰি থকা হৈছে। চন্দ্ৰ পৃষ্ঠত ভৰি দিলেই বিজ্ঞানীসকলৰ কষ্ট সাৰ্থক হ’ব বুলিও জনাইছে ইছৰোৰ তৰফৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
পুত্ৰ সন্তানৰ মাতৃ হ’ল ইলিয়ানা ডি’ক্ৰুজ! সন্তানৰ জন্মৰ পাছতেই ভাইৰেল হ’ল ইলিয়ানাৰ স্বামী পৰিচয়, ইলিয়ানাৰ স্বামী কোন জানেনে?

পুত্ৰ সন্তানৰ মাতৃ হ’ল ইলিয়ানা ডি’ক্ৰুজ! সন্তানৰ জন্মৰ পাছতেই ভাইৰেল হ’ল ইলিয়ানাৰ স্বামী পৰিচয়, ইলিয়ানাৰ স্বামী কোন জানেনে?

পাৰমাণৱিক বোমা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই, কিয় দেশদ্ৰোহী আখ্যা পালে অপেনহাইমাৰে?

পাৰমাণৱিক বোমা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই, কিয় দেশদ্ৰোহী আখ্যা পালে অপেনহাইমাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.