• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

2 years ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

44 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

editor by editor
July 28, 2024
in জীৱনশৈলী, বিজ্ঞান, ভাৰত
0
টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইছৰোয়ে প্ৰথমবাৰৰ বাবে এনে এক পৰীক্ষা কৰিছে যি পূৰ্বে কোনো দেশেই কাহানিও কৰা নাই৷ টুকুৰা টুকুৰাকৈ মহাকাশলৈ পঠিওৱা হ’ব চন্দ্ৰযান-৪৷ চন্দ্ৰতেই সেই বাহন জোৰা দিয়া হ’ব৷ এই কথা ঘোষণা কৰিছে ইছৰো প্ৰধান এছ সোমনাথে৷ তেওঁ কয় যে এই মিছনৰ মাধ্যমেৰে ইছৰোৰ এই যানে চন্দ্ৰৰ পৰা নমুনা সংগ্ৰ কৰি পৃথিৱীলৈ উভতি আহিব৷

ইছৰো প্রধানে কয় চন্দ্ৰযান ৪ এবাৰতেই লঞ্চ কৰা হোৱা নাই৷ চন্দ্ৰযান ৪ৰ অংশ দুবাৰকৈ মহাকাশলৈ পঠিওৱা হ’ব৷ ইয়াৰপাছতেই চন্দ্ৰৰ ফালে আগবঢ়াৰ সময়ত চন্দ্ৰযান ৪ৰ অংশসমূহ মহাকাশত সংযুক্ত কৰা হ’ব৷ এইয়া এক পৰীক্ষাহে৷ এই পৰীক্ষাত সফল হ’লে পাছলৈ এই পদ্ধতিৰ দ্বাৰা ভৱিষ্যতে ইছৰোৰ সংযোগ কৰি মহাকাশ ষ্টেচন তৈয়াৰ কৰিব৷

চন্দ্ৰযান-৪ দুটা ধাপত উৎক্ষেপন কৰা হ’ব৷ এই উৎক্ষেপণত দুটা মিনি ছেটেলাইট মহাকাশত উপস্থিত হ’ব৷ এই দুটা টুকুৰাক ভিন্ন দুটা কক্ষপথত ইনজেষ্ট কৰা হ’ব৷ প্ৰথম ক্ষেত্ৰ কামত লাগিব এল ভি এম-৩ আৰু দ্বিতীয় ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব পিএছ এল ভি৷ চন্দ্ৰযান-৪ ত পাঁচটা পৃথক পৃথক মহাকাশযান থাকিব৷ সেই সমূহে চন্দ্ৰত পৃথকে পৃথকে কামত লাগিব৷

চন্দ্ৰযান-৪য়ে নিৰ্দিষ্ট কেইটামান কাম মহাকাশত কৰিব৷ তাৰভিতৰত আছে চন্দ্ৰ মাটিত নিৰাপদে ছফট লেণ্ডিং কৰি চন্দ্ৰৰ মাটিৰ নমুনা সংগ্ৰহ কৰি তাক সংৰক্ষণ কৰি পৃথিৱীলৈ আনিব৷ ইয়াৰপাছতেই এটা মডিউলৰ পৰা অন্য এটা মডিউললৈ চন্দ্ৰৰ মাটিৰ নমুনা পঠিয়াই নমুনা লৈ পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব৷

বুধবাৰে নতুনদিল্লীত ইণ্ডিয়া স্পেছ কংগ্ৰেছৰ তৰফৰ পৰা ইছৰোৰ চেয়াৰমেন এছ সোমনাথে কয়, ‘আমি চন্দ্ৰযান৪ৰ কনফিগাৰেছন আৰু কেনেকৈ চন্দ্ৰৰ পৰা নমুনা পৃথিৱীলৈ অনা যায় সেই চিন্তা কৰি আছো৷ সকলোবোৰ পৰ্যালোচন কৰি এই মিছনত অনুমোদন জনোৱাৰ বাবে আমি চৰকাৰৰ অনুমতি বিচাৰিছো৷ আমি একাধিক লঞ্চিঙৰ কথা ভাৱিছো আৰু সেই মতেই প্ৰস্তাৱো ৰাখিছো৷ কাৰণ আমাৰ হাতত যি সমূহ ৰকেট আছে, সেই ৰকেটসমূহ এটা মিছনত গৈ আকৌ ওভতি আহিবলৈ সক্ষম নহ’ব৷ সেয়ে আমি স্পেছ ডকিং কৰিব লাগিব৷’

স্পেছ ডকিং কি?

দুটা পৃথক মহাকাশযানৰ এখন যানে আনখন যানক বিচাৰি উলিওৱা আৰু একেই কক্ষপথত ষ্টেচন হোৱাকে কোৱা হয় স্পেছ ডকিং৷ ইছৰোৱে জনাইছিল, ভৱিষ্যতৰ মহাকাশ মিছনৰ বাবে এই স্পেছ ডকিং খুবেই গুৰুত্বপূৰ্ণ৷ অন্তত যিমানদিন ইছৰোই চন্দ্ৰলৈ মহাকাশচাৰী পঠিয়াব সেই দিন পৰ্যন্ত এনেকৈয়ে চন্দ্ৰযান ছিৰিজৰ মিছন চলি থাকিব৷ ভাইৰেল খবৰ অনুসৰি চলিত নৱেম্বৰ-ডিচেম্বৰৰ মাজত স্পেছ ডকিং আৰম্ভ কৰিব ইছৰোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
শাওনৰ দ্বিতীয়টো সোমবাৰে বৃদ্ধি যোগ, সকলো কামতে সফলতা আহিব এই ৫ৰাশিৰ জাতকৰ

শাওনৰ দ্বিতীয়টো সোমবাৰে বৃদ্ধি যোগ, সকলো কামতে সফলতা আহিব এই ৫ৰাশিৰ জাতকৰ

ভাল দিন আহিছে… ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?

ভাল দিন আহিছে... ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.