• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল দিন আহিছে… ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?

ভাল দিন আহিছে… ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?

2 years ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

6 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

1 hour ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

10 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

12 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

14 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাল দিন আহিছে… ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?

ভাল দিন আহিছে... ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?

editor by editor
July 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ভাল দিন আহিছে… ১৫ দিনত ১৫ লাখ বাঢ়িল BSNLৰ নতুন কানেকছন, কি কি সুবিধা লাভ কৰিব ন’ ব্যৱহাৰকাৰীয়ে?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ BSNL হৈছে চৰকাৰী টেলিকম সংস্থা, যিয়ে বহু বছৰ ধৰি পৰিসেৱা দি আহিছে৷ সম্প্ৰতি বেচৰকাৰী টেলিকম সংস্থাসমূহৰ জনপ্ৰিয়তা বাঢ়িলেও গ্ৰাহকৰ মাজত বিএছএনএল ব্যৱহাৰৰ প্ৰৱণতা আকৌ বাঢ়িছে৷ দেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ টেলিকম সংস্থা ৰিলায়েন্স জিঅ’ই সম্প্ৰতি তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহত সালসলনি আনিছে৷ ৰিচাৰ্জ প্লেনৰ দাম ১২.৫ শতাংশৰ পৰা বঢ়াই ২৫ শতাংশ কৰা হৈছে৷ কেৱল সেয়াই নহয়, অন্যান্য টেলিকম সংস্থা এয়াৰটেল আৰু ভোডাফোনেও দাম বঢ়াইছে৷ ফলত এতিয়া চিন্তাত পৰিছে গ্ৰাহকসকল৷

পৰিসেৱাৰ দিশৰ পৰা অৱশ্যে বেচৰকাৰী টেলিকম সংস্থাসমূহতকৈ বহু পিছ পৰি আছে BSNL, বেচৰকাৰী কোম্পানীসমূহে য’ত ৫জি পৰিসেৱা যোগান ধৰিছে, সেই BSNLয়ে 4G পৰিসেৱা প্ৰদাৱ কৰিছে৷ এসময়ত BSNLয়ে দেশৰ শীৰ্ষস্থানীয় টেলিকম সংস্থা আছিল৷ গ্ৰাহকৰ সংখ্যাও আছিল বহু বেছি৷

আজিৰ পৰা প্ৰায় ২০-২৫ বছৰ পূৰ্বে টেলিকমৰ বজাৰত বিএছএনএলৰ শ্বেয়াৰ আছিল ১৮শতাংশতকৈ বেছি, যি এতিয়া কমি হৈছেগৈ ২.৫শতাংশ৷ কিন্তু কিছুদিন পূৰ্বৰে পৰা আকৌ BSNLৰ প্ৰতি আগ্ৰহ বাঢ়িছে গ্ৰাহকৰ৷ জুলাই মাহৰ প্ৰথম ১৫ দিনত ১৫ লাখতকৈয়ো বেছি মানুহে BSNL ৰ কানেকছন লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
Next Post
আপোনাৰ মানসিক স্বাস্থ্য ঠিকেই আছেতো? কোনকেইটা লক্ষণলৈ মন কৰিব?

আপোনাৰ মানসিক স্বাস্থ্য ঠিকেই আছেতো? কোনকেইটা লক্ষণলৈ মন কৰিব?

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.