• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

3 years ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

14 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 hour ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

4 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

editor by editor
April 30, 2023
in বিবিধ, ভাৰত
0
সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰৱল তুষাৰপাতৰ বাবে স্থগিত ৰখা হৈছে চাৰিধাম যাত্ৰা৷ কেদাৰনাথ আৰু বদ্ৰীনাথত প্ৰবল তুষাৰপাত হৈছে৷ তীৰ্থযাত্ৰীসকলে যাতে কোনো বিপদত নপৰে তাৰবাবে চাৰিধাম যাত্ৰা স্থগিত ৰাখিছে উত্তৰাখণ্ডৰ প্ৰশাসনে৷ শনিবাৰে নিশাৰে পৰাই কেদাৰনাথ আৰু বদ্ৰীনাথত বৃদ্ধি পাইছে তুষাৰপাত৷ সেয়ে শ্ৰীনগৰত আৰক্ষীয়ে আধাবাটতেই ৰখাই দিছে প্ৰতিজন তীৰ্থযাত্ৰীক৷ আৰক্ষীয়ে তীৰ্থযাত্ৰীসকলক নিৰাপদ স্থানত থাকিবলৈ পৰামৰ্শ দিছে৷ ইপিনে তুষাৰপাতেই নহয়, বৰষুণৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে যাত্ৰাপথো৷

শ্ৰীনগৰ আৰক্ষীয়ে জনোৱা অনুসৰি চাৰিধাম যাত্ৰাৰ তীৰ্থযাত্ৰীসকলক উত্তৰাখণ্ডৰ এন আই টি আৰু বদ্ৰীনাথ বাছ আস্থানতেই ৰখাই দিয়া হৈছে৷ যিসকলে অনলাইন বুকিং কৰিছে তেওঁলোকক ৰুদ্ৰপ্ৰয়াগলৈকে যোৱাৰ অনুমতি দিয়া হৈছে৷

উল্লেখ্য যে কেদাৰনাথত বিগত ১২ দিন ধৰি তুষাৰপাত হৈ আছে৷ সেয়ে কোনো ধৰণৰ যাতে অঘটন নহয় তাৰবাবেই আগতীয়া সতৰ্কতা অৱলম্বন কৰি উত্তৰাখণ্ড চৰকাৰে বন্ধ কৰিছে কেদাৰনাথ যাত্ৰা৷ ২৫ এপ্ৰিলত কেদাৰনাথৰ দুৱাৰ মুকলি কৰা হৈছিল৷ ইপিনে বদ্ৰীনাথৰ দুৱাৰ মুকলি কৰা হৈছিল ২৭ এপ্ৰিলত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
Next Post
ৰাষ্ট্ৰসংঘৰ সঞ্চালক প্ৰধানে কি ক’লে প্ৰধানমন্ত্ৰীক ?

ৰাষ্ট্ৰসংঘৰ সঞ্চালক প্ৰধানে কি ক'লে প্ৰধানমন্ত্ৰীক ?

কেৱল ৰাষ্ট্ৰসংঘই নহয়, আমেৰিকায়ো শুনিছিল প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত

কেৱল ৰাষ্ট্ৰসংঘই নহয়, আমেৰিকায়ো শুনিছিল প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.