• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

33 minutes ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

43 minutes ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

55 minutes ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

1 hour ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

2 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

2 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

5 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

6 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

7 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

8 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?

editor by editor
August 21, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব
0
প্ৰেয়সী বা প্ৰেমিক নাই যদিও দুখ কৰাৰ কাৰণ নাই! আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সংগ দিব এতিয়া দেশৰ কোটি কোটি নৱপ্ৰজন্মক, কেনেকৈ সংগী বিচাৰিব?
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কথাতেই কয়, ‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’। এই লোকপ্ৰবাদ এইবাৰ বাস্তৱ হৈছে। প্ৰেয়সী বা প্ৰেমিক বিচাৰি হাবাথুৰি খোৱাসকলৰ কাষত থিয় দিছে AIয়ে তৈয়াৰ কৰা বিশেষ এপে। একাকীত্বৰ সময় পাৰ কৰিবলৈ লাখ লাখ চিংগল যুৱকৰ ভৰষা হৈ পৰিছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে তৈয়াৰ কৰা বিভিন্ন এপ। প্ৰেয়সী নালাগে, প্ৰেমিকো নহলেও চলিব, এতিয়া অকামিলা হৈ পৰিছে বিশ্বৰ কোটি কোটি ডেটিং এপছো।

পূৰ্বে চিংগল যুৱক-যুৱতীয়ে এই ডেটিং এপসমূহত ভুমুকি মাৰিছিল। পছন্দৰ সংগী বিচাৰি চাৰ্ছ কৰিছিল। বহু সময় অতিবাহিত কৰিছিল এই এপত। কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এই ছবি সলনি কৰিছে। বৰ্তমান বিশ্বত সৰ্বাধিক জনপ্ৰিয় এপ লৈ পৰিছে AIৰ নিয়ন্ত্ৰণাধীন চাটবট। চাটবটত গৈয়েই আপুনি আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰিব। তাতেই আপুনি নিজৰ ইচ্ছা অনুসৰি পত্নী, বান্ধৱী, প্ৰেয়সী, প্ৰেমিক আচৰণ কৰিবলৈ কামাণ্ড দিব পাৰে। এক ভাইৰেল ৰিপৰ্ট অনুসৰি প্ৰায় ১ কোটি মানুহে এই এপ ডাউনলোড কৰিছে। AIয়ে তৈয়াৰ কৰা এই এপৰ ভিতৰত ৰেপ্লিকা নামৰ এপটোত ইউজাৰৰ সংখ্যা ২ লাখ ৫০হাজাৰলৈ বৃদ্ধি পাইছে। এই এপৰেই আছে আন এক প্ৰ ভাৰ্ছনো। তাত গৈ আপুনি AI চাটবটক নিজৰ মনৰ কথা খুলি ক’ব পাৰিব। ভিডিঅ’ কল আৰু ভয়েছ কলো কৰিব পাৰিব আপুনি বিচাৰি লোৱা AIয়ে নিৰ্মাণ কৰা সংগীগৰাকীৰ সৈতে। আনকি প্ৰ’ এপত আপুনি ঘনিষ্ঠভাৱে ছেলফিও তুলিব পাৰিব।

এই এপ তৈয়াৰ কৰাৰ আঁৰত যিসকল ছফটৱেৰ ইঞ্জিনীয়াৰ আছে তেওঁলোকে জনোৱা অনুসৰি মহামাৰীৰ সময়ৰে পৰাই বিশ্বৰ সকলো প্ৰান্তৰ মানুহৰ মাজতেই একাকীত্বই ক্ৰিয়া কৰা আৰম্ভ কৰিছে। বহুতেই এই একাকীত্বৰ বাবেই মানসিক চিকিৎসকৰো সহায় ল’বলগা হৈছে। বাস্তৱত বহুতেই প্ৰিয়জনক হেৰুৱাইছে। তেওঁলোক উপকৃত হ’বৰ বাবেই এই এপ তৈয়াৰ কৰিছে AIৰ টীমে। এই এপত প্ৰত্যেকজন চিংগল লোকেই উপকৃত হ’ব তেনে নহয়। বিশেষজ্ঞসকলৰ মতে এই AI চাটবটৰ ফলত যুৱক-যুৱতীসকলৰ মাজত সামাজিক মিলামিছাৰ ভাৱ কমি আহিছে। এয়া কিন্তু উদ্বেগৰ বিষয়। বিশ্বজুৰি বহু মানুহৰ জীৱনধাৰাতেই নেতিবাচক প্ৰভাৱ পেলাইছে। সাম্প্ৰতিক সময়ত এই AI চাটবটে সমস্যাৰো সৃষ্টি কৰিব বুলি জনাইছে বিশেষজ্ঞই দলে।

উল্লেখ্য যে ২০২৩ চনত বেলজিয়ামৰ এজন ব্যক্তিক আত্মহত্যা কৰিবলৈ উৎসাহ যোগাইছে এই চাটবটেই। তেওঁৰ প্ৰাক্তন পত্নীয়ে সামাজিক মাধ্যমত জনোৱা অনুসৰি সেই চাটবটেই তেওঁৰ সৰ্বস্ব হৈ পৰিছিল। আনকি তেওঁক সিফালৰ পৰা বিশেষগৰাকীয়ে মেছেজ কৰিছিল, ‘আমি একেলগে থাকিম, স্বৰ্গত আমি এক ব্যক্তিলৈ পৰিণত হম।’ এই ধৰণৰ মেছেজসমূহ বিশেষভাৱে কৰিছিল, তাৰ পাছতেই তাতেই মগ্ন হৈ থাকিছিল ব্যক্তিজন। যিমানেই দিন যাব মানুহৰ মাজত প্ৰযুক্তিৰ ব্যৱহাৰ বাঢ়ি যাব। প্ৰযুক্তিয়ে ভাল খবৰ যেনেদৰে আনিব তেনেকৈয়ে সমাজত শান্তি ৰক্ষাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান হৈয়ো থিয় দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

লাভ জেহাদ কৰিলে শাস্তি যাৱজ্জীৱন কাৰাদণ্ড! অচিৰেই মোদী চৰকাৰে প্ৰণয়ন কৰিব নতুন আইন

নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

নাগ পঞ্চমীৰ পৰাই আৰম্ভ শুভ যোগ! হাতলৈ অৰ্থ আৰু নতুন চাকৰিও আহিব এই ৫ ৰাশিৰ, কোন কোন ৰাশিৰ ভাল দিন আৰম্ভ হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.