• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ দিনৰ পাছতো ৭০০ ফুট দ’ গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই চেতনাক

৮ দিনৰ পাছতো ৭০০ ফুট দ’ গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই চেতনাক

1 year ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

15 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

46 minutes ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

2 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

3 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

4 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

14 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

14 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

15 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ দিনৰ পাছতো ৭০০ ফুট দ’ গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই চেতনাক

editor by editor
December 30, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৮ দিনৰ পাছতো ৭০০ ফুট দ’ গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই চেতনাক
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ দিনৰ পাছতো ৭০০ ফুট দ’ গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই চেতনাক

শোকস্তব্ধ ৰাজস্থান। ৩ বছৰীয়া চেতনা আজিয়ো ৭০০ ফুট দ’ গাঁতত আৱদ্ধ। ৮ দিন পাছতো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চেতনাক। আজি ৯ ম টো দিনটো অব্যাহত আছে উদ্ধাৰ কাৰ্য।

বিগত এসপ্তাহ ধৰি ৰাজস্থানৰ কোটপুটলিয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ৮ দিন পূৰ্বে হঠাতে এটা ব’ৰৱেলত সোমাই পৰিছিল ৩ বছৰীয়া চেতনা। তেতিয়াৰ পৰা উদ্ধাৰকাৰী দলে দিনে নিশাই চেতনাক বচাবলৈ চেষ্টা কৰি আহিছে যদিও বৰ্তমানলৈকে সফলতা পোৱা নাই। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। চেতনাৰ স্বাস্থ্যক লৈ প্ৰশাসনেও মৌনতা অৱলম্বন কৰিছে।

উল্লেখ্য যে, ২৩ ডিচেম্বৰৰ দিনা খেলি থাকোতে ৩ বছৰীয়া নিৰীহ চেতনা হঠাতে ব’ৰৱেলত সোপাই পৰিছিল। ব’ৰৱেলৰ গভীৰতা ৭০০ ফুট, আনহাতে চেতনা ১৫০ ফুট গভীৰতাত আবদ্ধ হৈ পৰে। চেতনাক সেই গাঁতৰ পৰা উলিয়াবলৈ বহুতো থলুৱা কৌশল গ্ৰহণ কৰা হৈছিল যদিও তাইক মাত্ৰ ৩০ ফুট ওপৰলৈহে টানিব পৰা গৈছিল। ইয়াৰ পিছত বহু মেচিনৰ সহায়ত চেতনা উলিয়াবলৈ চেষ্টা কৰা হৈছিল যদিও সকলো প্ৰচেষ্টা বিফল হৈছে।

উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে এনডিআৰএফ আৰু এছডিআৰএফৰ দল। উদ্ধাৰকাৰী দলে জনোৱা মতে, ৭ ফুটৰ সুৰংগ খনন কৰা হৈছে। এতিয়া ১.৫ ফুট বহল শিল খনন কৰিবলগীয়া আছে। শিলটো অতি কঠিন, যাৰ ফলত ১ ঘণ্টাত মাথো ২-৪ ইঞ্চি ড্ৰিলিং কৰিব পৰা গৈছে।

২৩ ডিচেম্বৰৰ দুপৰীয়া প্ৰায় ১:৩০ মান বজাত চেতনা খেলি থাকোঁতে ব’ৰৱেলত সোমাই পৰিছিল। নিশা ৯:৩০ বজাত উদ্ধাৰকাৰী দল উপস্থিত হৈছিল। পিছদিনা পুৱা ৯:৩০ বজাত চেতনাক হুকেৰে ১৫ ফুট ওপৰলৈ টানি অনা হৈছিল। তাৰ পিছত হাৰিয়ানাৰ পৰা পাইলিং মেচিন আহিল, কিন্তু ৪০ ফুট খান্দি মেচিনটো বন্ধ হৈ যায়। তাৰ পিছত ৰেট মাইনাৰ্চ দলক মাতি অনা হ’য়। ১৭০ ফুটৰ এটা গাঁত খান্দিছিল দলে, কিন্তু বৰষুণৰ বাবে অভিযান বন্ধ কৰিবলগীয়া হৈছিল। ২৮ ডিচেম্বৰৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়। কিন্তু চেতনা এতিয়াও উদ্ধাৰ হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chetna CaseRajasthan KotputliRajsthan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

March 30, 2026
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!
বাণিজ্য

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

March 30, 2026
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
Next Post
আজি শুক্ল পক্ষৰ প্ৰতিপদ তিথি, কেনে যাব বছৰৰ অন্তিমটো দিন

আজি শুক্ল পক্ষৰ প্ৰতিপদ তিথি, কেনে যাব বছৰৰ অন্তিমটো দিন

আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি

আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.