• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন,  চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন, চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

1 year ago

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

4 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

33 minutes ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

1 hour ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

4 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

5 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

6 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

7 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন, চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন, চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা

editor by editor
February 25, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
তিনি দিনত শেষ হৈ গ’ল ৬০ টা জীৱন,  চিকিৎসালয়ত ভৰ্তি হাজাৰৰো অধিক, সাৱধান হওক, মাৰাত্মক লৈ উঠিছে কলেৰা
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰত আকৌ কলেৰাৰ প্ৰাদুৰ্ভাৱ৷ বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা৷ ইয়াৰ সৈতে বাঢ়িছে মৃতকৰ সংখ্যাও৷ তিনিদিনত বঢ়া মৃতকৰ পৰিসংখ্যাই নতুনকৈ আতংকিত কৰিছে ছুদানৰ জনতাক৷

ছুদানৰ স্বাস্থ্য দপ্তৰৰ তৰফৰ পৰা জনোৱা হৈছে যে বৃহস্পতিবাৰৰ পৰা শনিবাৰৰ মাজত ছুদানত কলেৰাত ৫৮ জনৰ মৃত্যু হৈছে৷ হাস্পতালত চিকিৎসাধীন হৈছে ১২৯৩ জন৷ চলিত মাহত ৰাজধানী খাৰ্তুমৰ পৰা ৪২০ কিঃমিঃ দক্ষিণৰ কোস্তি চহৰত কলেৰাত আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷

চিকিৎসকে জনাইছে যে হাস্পতালতসমূহত উপচি পৰিছে কলেৰা ৰোগী৷ বহু হাস্পতালত ৰোগীৰ ভিৰ উপচি পৰাত নতুন ৰোগীক ভৰ্তি কৰিবলৈ ঠাইৰ অভাৱ ঘটিছে৷ বিগত বছৰো ছুদানত জুলাইৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত কলেৰাত আক্ৰান্ত হৈ ৬০০ লোকে প্ৰাণ হেৰুৱাইছিল৷ অসুস্থ হৈ পৰিছিল ২১ হাজাৰ মানুহ৷ ইয়াৰ পূৰ্বে ২০১৭ চনত কলেৰাত ৭০০ জনৰ মৃত্যু হৈছিল আৰু ২২ হাজাৰ মানুহ আক্ৰান্ত হৈছিল৷

কলেৰা আক্ৰান্তৰ সংখ্যা বঢ়াৰ বাবে সাধাৰণ লোকৰ মাজত সতৰ্কতা জাৰি কৰা হৈছে৷ সকলোকে পৰিষ্কাৰ পানী ব্যৱহাৰৰ নিৰ্দেশ দিছে চিকিৎসকে৷ ঘনে ঘনে বমি, ডিঙি শুকাই যোৱা, ডি হাইড্ৰেছন, হৃদস্পন্দন বাঢ়ি যোৱা, ক্লান্তি, পেশীত বিষৰ দৰে উপসৰ্গই দেখা দিলে দ্ৰুত চিকিৎসকৰ পৰামৰ্শ ল’বলৈকো আহ্বান জনোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
Next Post
অসমত আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব আম্বানীয়ে, কি কি ক্ষেত্ৰত এই বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে?

অসমত আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব আম্বানীয়ে, কি কি ক্ষেত্ৰত এই বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে?

মহাদেৱৰ প্ৰিয় এই ৫ ৰাশিৰ জাতক, মহাশিৱৰাত্ৰিত শিৱ যোগত এওঁলোকে পাব দ্বিগুণ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.