• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

মহাদেৱৰ প্ৰিয় এই ৫ ৰাশিৰ জাতক, মহাশিৱৰাত্ৰিত শিৱ যোগত এওঁলোকে পাব দ্বিগুণ লাভ

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

11 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

12 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

12 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

13 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

13 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

14 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

14 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

15 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

16 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

16 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

18 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মহাদেৱৰ প্ৰিয় এই ৫ ৰাশিৰ জাতক, মহাশিৱৰাত্ৰিত শিৱ যোগত এওঁলোকে পাব দ্বিগুণ লাভ

মহাদেৱৰ প্ৰিয় এই ৫ ৰাশিৰ জাতক, মহাশিৱৰাত্ৰিত শিৱ যোগত এওঁলোকে পাব দ্বিগুণ লাভ

editor by editor
February 25, 2025
in Uncategorized
0
0
SHARES
20
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকে, তেওঁলোকক কোনোৱে হৰুৱাব নোৱাৰে৷ শিৱৰ কৃপা লাভ কৰিলে জীৱনত সকলো দুখ কষ্ট দূৰ হৈ যায়৷ কাইলৈ ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব এই বছৰৰ মহাশিৱৰাত্ৰি৷ এই দিনটোত গঠিত হ’ব শিৱযোগ৷ জ্যোতিষ গণনা অনুসৰি মহাশিৱৰাত্ৰিত শিৱযোগৰ প্ৰভাৱত দুৰ্দান্ত সাফল্য পাব পাঁচ ৰাশিৰ জাতকে৷ মহাদেৱৰ প্ৰিয় যিসমূহ ৰাশি তেওঁলোক শিৱযোগৰ ফলত দ্বিগুণ সৌভাগ্য লাভ কৰিব৷ জানি থওক মহাশিৱৰাত্ৰিত শিৱৰ কৃপা থাকিব কোন কোন ৰাশিত?

বৃষ ৰাশি

ভোলেনাথৰ বিশেষ আশীৰ্বাদ সকলো সময়তে থাকে বৃষ ৰাশিৰ জাতকৰ ওপৰত৷ বৃষ হৈছে শিৱৰ বাহন নন্দী মহাৰাজৰ সৈতে সম্পৰ্কযুক্ত৷ সেই কাৰণেই মহাদেৱৰ বিশেষ আশীৰ্বাদ থাকে বৃষ ৰাশিৰ জাতকৰ ওপৰত৷ এওঁলোক অত্যন্ত সাহসী আৰু কঠোৰ পৰিশ্ৰমী হয়৷ কোনো কঠিন পৰিস্থিতিতেই ভয় নকৰে বৃষ ৰাশিৰ জাতকে৷ মহাশিৱৰাত্ৰিত শিৱযোগত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব এওঁলোকে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক মহাদেৱৰ অতি প্ৰিয়৷ মহাদেৱৰ অৰ্ধনাৰীশ্বৰ ৰূপৰ প্ৰতিচ্ছবি ধৰা পৰে এই ৰাশিৰ মাজত৷ মহাদেৱৰ আশীৰ্বাদত সকলো কামেই সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ গ্ৰহ অধিপতি হৈছে চন্দ্ৰ৷ চন্দ্ৰক নিজৰ মূৰত ধাৰণ কৰে মহাদেৱে৷ সেয়ে কৰ্কট ৰাশিৰ জাতক মহাদেৱৰ বিশেষ প্ৰিয়৷ এওঁলোকে মনৰ ভক্তিৰে মহাদেৱৰ আৰাধনা কৰিলে জীৱনত কেতিয়াও ব্যৰ্থতাৰ মুখত নপৰে৷ মহাশিৱৰাত্ৰিত শিৱযোগৰ শুভ প্ৰভাত কৰ্কট ৰাশিৰ জাতকৰ উপাৰ্জন বাঢ়িব আৰু উচ্চশিক্ষাত বিশেষ সুযোগ পাব এওঁলোকে৷

ধনু ৰাশি

মহাদেৱৰ প্ৰিয় ৰাশিৰ তালিকাত আছে ধনু ৰাশিৰ জাতক৷ শিৱৰ হৰধনুৰ সৈতে সম্পৰ্কযুক্ত এই ৰাশি৷ শিৱৰ আশীৰ্বাদত এওঁলোকৰ জীৱনত কেতিয়াও ব্যৰ্থতা নাহে৷ এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে স্বয়ং মহাদেৱে৷ শিৱযোগৰ কাৰণে মহাশিৱৰাত্ৰিৰ পৰাই জীৱনত প্ৰচুৰ উন্নতি কৰিব আৰু সমাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিব ধনু ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ হৈছে পানীৰ প্ৰতীক৷ আৰু অনন্ত জলধাৰাৰ উৎস দেৱী গংগাৰ বাস শিৱৰ জঁটাত৷ সেয়ে কুম্ভ ৰাশিৰ জাতক মহাদেৱৰ প্ৰিয়৷ কুম্ভ ৰাশিৰ গ্ৰহ অধিপতি শনি৷ শনি নিজেই মহাদেৱৰ পৰম ভক্ত বুলি কুম্ভ ৰাশিৰ জাতকৰ ওপৰত শিৱৰ আশীৰ্বাদ থাকে৷ শিৱক সুখী কৰিবলৈ বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই এওঁলোকৰ৷ মহাশিৱৰাত্ৰিত শিৱযোগৰ কৃপাত এওঁলোকে চাকৰিত পদোন্নতি আৰু বেতনবৃদ্ধি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?

কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?

কংগ্ৰেছৰ পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১৯৮৪ চনৰে ঘটনা

কংগ্ৰেছৰ পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১৯৮৪ চনৰে ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.