• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?

কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?

1 year ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

7 minutes ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

54 minutes ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

18 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

18 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

19 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

20 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

20 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

21 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

22 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

22 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

23 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?

কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?

editor by editor
February 25, 2025
in বিবিধ, ভাৰত
0
কল্পনাও কৰিব পৰা নাছিল! হানিমুনৰ বাবে গোৱালৈ গৈ হঠাৎ ঘৰলৈ পলাই আহিল নৱবিবাহিতা, এনে কি কাণ্ড কৰিলে নববিবাহিতাৰ স্বামীয়ে?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুনকৈ বিয়া হৈছিল৷ নৱদম্পতি হানিমুনলৈ যোৱাটোও খুবেই স্বাভাৱিক৷ সেইধৰণেই উত্তৰপ্ৰদেশৰ মহাৰাজগঞ্জৰ বাসিন্দা নৱদম্পতিহালো হানিমুনলৈ গৈছিল৷ ডেষ্টিনেছন আছিল গোৱা৷ কিন্তু তালৈ গৈয়েই জীৱনে ল’লে নতুন পথ৷ শেষপৰ্যন্ত হানিমুন আধাতে সামৰি নৱবিবাহিতা বোৱাৰীগৰাকী পালেগৈ নিজা ঘৰ৷ তাৰপিছতেই এতিয়া থানালৈ আহযাহ দৰাপক্ষৰ৷ কিন্তু ঘটনা কি?

বিগত ১২ ফেব্ৰুৱাৰীত হিন্দু ৰীতি মানি চিকিৎসক ৰত্নেছ গুপ্তৰ সৈতে বিবাহবন্ধনত আৱদ্ধ হৈছিল যুৱতীগৰাকী৷ জীৱনৰ বহু আকাংক্ষা লৈ শহুৰৰ ঘৰত ভৰি দিছিল যুৱতীগৰাকীয়ে৷ কিন্তু সংসাৰৰ আৰম্ভণিতেই ছন্দপতন৷ শহুৰৰ ঘৰৰ পৰা ন বোৱাৰীৰ ওপৰত চলিল শাৰীৰিক মানসিক নিৰ্যাতন৷ সমস্যা সমাধানৰ বাবে শহুৰৰ ঘৰলৈ গৈ সমস্যাৰ মিমাংসা কৰি আহে ন বোৱাৰীৰ পিতৃ মাতৃয়ে৷ কিন্তু তাৰপিছতো শহুৰৰ ঘৰৰ পৰা চলি থাকিল নিৰ্যাতন৷

ইয়াৰপাছতেই বিগত ১৯ ফেব্ৰুৱাৰীত স্বামী স্ত্ৰী দুয়ো গোৱালৈ হানিমুনৰ বাবে যায়৷ ইয়াৰপাছতেই ঘটনাই লয় অন্য ৰূপ৷ বোৱাৰীৰ অভিযোগ যে, তেওঁৰ স্বামীয়ে মাজনিশা হোটেলত তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ ওপৰিও শ্বাসৰোধ কৰি হত্যা কৰাৰ চেষ্টা কৰিছিল৷

পৰিস্থিতি সম্পৰ্কে পৰিয়ালৰ লোকক জনোৱাৰ পাছতেই নিৰ্যাতিতাৰ পিতৃ মাতৃয়ে কন্যাক উভতি আহিবলৈ বিমানৰ ব্যৱস্থা কৰে৷ বিগত ২২ ফেব্ৰুৱাৰীত তেওঁলোকে কন্যাক ঘৰলৈ উভতাই নিয়ে৷ আৰু উভতাই নিয়াৰ পাছতেই নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে তেওঁৰ স্বামী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত জনাইছে যে বোৱাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত মাৰধৰ, যৌতুক আৰু হত্যাৰ চেষ্টাসহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ তদন্তও চলিছে৷ পৰবৰ্তী আইনী ব্যৱস্থাও অচিৰেই গ্ৰহণ কৰিব আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Next Post
কংগ্ৰেছৰ পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১৯৮৪ চনৰে ঘটনা

কংগ্ৰেছৰ পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১৯৮৪ চনৰে ঘটনা

আম্বানী-আদানীৰ ৫০ হাজাৰ কোটি টকাৰ পেকেজ, টাটাৰ ৩০ হাজাৰ চাকৰি লগতে শূন্য বিজুলী বিল

আম্বানী-আদানীৰ ৫০ হাজাৰ কোটি টকাৰ পেকেজ, টাটাৰ ৩০ হাজাৰ চাকৰি লগতে শূন্য বিজুলী বিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.