গুৰু দুজনাৰ সৃষ্টিক বিকৃত কৰি, হুঁচৰিৰ নামত ৰামৰ সলনি যীশুৰ নাম সুমুৱাই আগ্ৰাসী ৰূপ লৈছে খ্ৰীষ্টানে। ইমানেই নহয়, যীশুৰ নামত আৰম্ভ কৰিছে বেজালী। মুঠতে সাধাৰণ জনতাৰ মাজলৈ যীশুৰ আদর্শক লৈ যাবলৈ খ্ৰীষ্টান প্ৰচাৰকসকলে যি পন্থা গ্ৰহণ কৰিছে, সেয়া দেখিলে চকু কপালত উঠিব আপোনাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ