এখনৰ পাছত আনখন sop৷ পৰ্যায়ক্ৰমে প্ৰায় সকলো খোল খালে, বন্ধ মাথোঁ চিনেমা হল৷ চিনেমা হলৰ কৰ্মচাৰীৰ কাতৰ অনুৰোধ- ‘খুলি দিয়ক চিনেমা হল, নহ’লে শুকাই মৰিব লাগিব’৷