- ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত পুনৰ কঁপিব দেশ
- ২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন
- জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে আন্দোলন ঘোষণা CJPৰ
- মুম্বাইৰ পৰাই আৰম্ভ হ’ব জে’ল ভৰো আন্দোলন
- পিছে বৰ্তমান সময়লৈকে CJPক অনুমতি দিয়া নাই মুম্বাই আৰক্ষীয়ে
- গান্ধী জয়ন্তীৰ দিনটোতে গণতন্ত্ৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওক
- আহ্বান CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ
- দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ কৰিবই লাগিব
- মোদী আৰু শ্বাহৰ কথা মতে উঠা-বহা কৰে জ্ঞানেশ কুমাৰে
- জ্ঞানেশ কুমাৰৰ পদত্যাগক লৈ গৰজিল অভিজিত দীপকে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















