• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

3 years ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

22 minutes ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

44 minutes ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

1 hour ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

2 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

2 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

2 hours ago
টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

3 hours ago
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

3 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

4 hours ago
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

5 hours ago
SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

SIP কৰি হওক কোটিপতি, এই উপায়ে বাস্তৱায়িত কৰিব আপোনাৰ সপোন!

6 hours ago
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

editor by editor
June 7, 2023
in ভাৰত, ৰাজনীতি
0
মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে এখন ৰাজহুৱা সভাত চকুলো টুকিছে। তেওঁৰ কেবিনেট মন্ত্ৰী মনীষ চিছোডিয়াৰ কথা কৈ চকুলো টুকিছে মুখ্যমন্ত্ৰী কেজৰিৱালে। দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছোডিয়াই গঢ় দিয়া শিক্ষাৰ মডেলক ধৰাশায়ী কৰিবলৈকে তেওঁক জে’লত দিয়া হৈছে বুলিও প্ৰকাশ কৰিছে কেজৰিৱালে।

থোকাথুকি মাতেৰে কেজৰিৱালে মনীষ চিছোডীয়া সন্দৰ্ভত কয়, ‘মোদী চৰকাৰে দিল্লীৰ শিক্ষা মডেলক ধ্বংস কৰিবলৈকে মনীষ চিছোডিয়াক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। দিল্লীৰ শিক্ষামডেলক তেওঁলোকে কেতিয়াও ধ্বংস কৰিব নোৱাৰে। মনীষ চিছোডিয়াৰ সপোন আমি ভাঙি যাবলৈ নিদিও। মনীষ চিছোডিয়াই সপোন দেখিছিল দিল্লীৰ সকলো শিশুৱেই শিক্ষা লাভ কৰক। সেই কাম তেওঁ আৰম্ভও কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁৰ ভাল কামত যতি পেলাবলৈকে জে’ললৈ পঠিয়ালে।’

ইয়াৰোপৰি কেজৰিৱালে ভাষণত কয় যে, মনীষ চিছোডিয়াই যদি শিক্ষাৰ ক্ষেত্ৰত ভাল কাম নকৰিলেহেতেন তেন্তে তেওঁক জে’লত দিয়া নগ’লহেতেন। দিল্লীৰ শৈক্ষিক আন্দোলন কেন্দ্ৰীয় চৰকাৰৰ সহ্য হোৱা নাছিল। সমগ্ৰ দেশতেই আজি দিল্লীৰ শৈক্ষিক মডেলৰ চৰ্চা চলে। সেই চৰ্চায়েই কেন্দ্ৰীয় চৰকাৰক কষ্ট দিছে।

উল্লেখ্য যে, আৱকাৰী গোচৰত ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে মনীষ চিছোডিয়াক। ইয়াৰ পাছতেই মনীষ চিছোডিয়াই উপমুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়ে। পাছলৈ মাৰ্চ মাহত ই ডিয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে। বৰ্তমান মনীষ চিছোডিয়া ন্যায়িক জিম্মাতেই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?
জীৱনশৈলী

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

April 21, 2026
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

April 21, 2026
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

April 21, 2026
Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!
ভাৰত

Rapido বাইক ব্যৱহাৰ কৰাসকল সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 21, 2026
Next Post
১৬ হাজাৰৰো অধিক হাৰ্টৰ ৰোগীক সুস্থ কৰি নিজেই হাৰ্টএটেকত হেৰাই গ’ল চিকিৎসক গৌৰৱ…

১৬ হাজাৰৰো অধিক হাৰ্টৰ ৰোগীক সুস্থ কৰি নিজেই হাৰ্টএটেকত হেৰাই গ’ল চিকিৎসক গৌৰৱ...

ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ…বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

ৰে’ললাইনৰ ইঞ্জিন, মোবাইল টাৱাৰৰ পৰা ৰাস্তালৈ...বৰ্তমানলৈ কি কি অদ্ভুত চুৰিকাণ্ড হৈছে বিহাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.