• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

9 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

10 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

10 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

12 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

12 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

13 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

14 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

15 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

16 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

editor by editor
October 7, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

হাৰিয়ানাৰ ৰাজনীতিত বৰ্তমানে বিশেষভাৱে চৰ্চিত এটি নাম কুমাৰী শৈলজা। যাক হাৰিয়ানাৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হিচাপে মানা হৈছে। কিয়নো এক্সিট প’লত ৰাজ্যখনত কংগ্ৰেছ বিজেপিতকৈ বহু আগবাঢ়ি আছে। যদিহে সঁচাকৈ এক্সিট প’ল সঁচা প্ৰমাণিত হয়, তেন্তে কংগ্ৰেছে চৰকাৰ গঠন কৰিব।

অৱশ্যে কংগ্ৰেছ জয় হোৱাৰ আশা থাকিলেও অন্তৰ মহলত কিছু বেমেজালিয়ে দেখা দিছে। ইমানবোৰ শীৰ্ষ নেতাৰ মাজৰ পৰা কোন হব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। কংগ্ৰেছে কাক মুখ্যমন্ত্ৰীৰ পদত ৰাখিব। এই ক্ষেত্ৰত মহিলা নেত্ৰী কুমাৰী শৈলজাৰ নাম বিশেষভাৱে চৰ্চিত হৈ আছে।

৫ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণত কাইলৈ ৮ অক্টোবৰ তাৰিখে ভোটগণনা হব। মুঠ ৯০ খন আসনত ৬৫ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

এই ক্ষেত্ৰত যদি এক্সিট প’ল ভুল বুলি প্ৰমাণিত হয় আৰু বিজেপিয়েই বিজয় হয়, তেন্তে বিজেপিৰ ফালৰ পৰা নায়ম সিং সৈনিয়েই পুনৰ মুখ্যমন্ত্ৰী পদ লাভ কৰিব। পাছে কংগ্ৰেছৰ ফালৰ পৰা কোন। এই ক্ষেত্ৰত এগৰাকী দলিত নেতাকো মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ সম্ভৱনা আছে। কিয়নো ৰাজ্যখনত ১৯৬৬ চনত ৰাজ্য ঘোষিত হোৱাৰে পৰা আজি পৰ্যন্ত কোনো এজনো দলিত লোকে মুখ্যমন্ত্ৰী পদ লাভ কৰা নাই।

যাৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাই এইবাৰ এগৰাকী দলিত নেতাক মুখ্যমন্ত্ৰী পতাৰ বিষয় উত্থাপন কৰিছিল। যি কথাৰ দ্বাৰা শৈলজাই নিজে মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। পাছে কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ পথত আছে অন্য শীৰ্ষ নেতাও । এই ক্ষেত্ৰত শীৰ্ষত আছে ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডা। লগতে আছে ৰাজ্যসভাৰ সাংসদ ৰণদীপ সুৰজেৱালা। এতিয়া কেৱল কালিৰ ভোটগণনালৈ অপেক্ষা সকলোৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressHariyana CMHariyana ElectionNext CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
অষ্টমী-নৱমীত তিনিটাকৈ অদ্ভুত সংযোগ, ধনৰ দেৱীয়ে ৩ ৰাশিৰ ওপৰত কৰিব বিশেষ আশিৰ্বাদ

অষ্টমী-নৱমীত তিনিটাকৈ অদ্ভুত সংযোগ, ধনৰ দেৱীয়ে ৩ ৰাশিৰ ওপৰত কৰিব বিশেষ আশিৰ্বাদ

চেন্নাই ট্ৰেজিক ঘটনা, এয়াৰ শ্ব’ চাবলৈ যোৱা লাখ লাখ লোকৰ হাজাৰৰ ঘৰত আহত, ৫ নিহত

চেন্নাই ট্ৰেজিক ঘটনা, এয়াৰ শ্ব’ চাবলৈ যোৱা লাখ লাখ লোকৰ হাজাৰৰ ঘৰত আহত, ৫ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.