• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা…

সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা…

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

2 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

3 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

4 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

5 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

6 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

6 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

7 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

7 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

8 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

9 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা…

editor by editor
October 27, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী
0
সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা…
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ককা দেউতা নাতি আৰু হাতীত শিশু অভিনেতাৰ ৰূপত নিপন গোস্বামীৰ সৈতে অভিনয় কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাতীৰ পিঠিত উঠি ঘূৰি ফুৰা কণমানিগৰাকী আজি অসমৰ মুখ্যমন্ত্ৰী। অভিনেতা নিপন গোস্বামীৰ কায়িক বিদায়ৰ খবৰে মৰ্মাহত কৰিছে মুখ্যমন্ত্ৰীগৰাকীকো। অভিনেতাগৰাকীৰ মৃত্যুত ভাঙি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অভিনেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি টুইটত তেওঁৰ সৈতে কটোৱা সময়বোৰ সোঁৱৰি লিখিছে আবেগিক পষ্ট। অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীয়ে অসমৰ প্ৰথমগৰাকী অভিনেতা যিয়ে তাহানিতেই নাটকৰ ডিগ্ৰী লৈ অভিনয়ক্ষেত্ৰত ভৰি দিছিল। নাটকৰো ডিগ্ৰী থাকে! প্ৰায়সংখ্যক অসমবাসীয়ে সেই সময়ত এই বিষয়সন্দৰ্ভত জ্ঞাত নৌহওতেই তেওঁ নাটকৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ অসমৰ বাহিৰলৈ গৈছিল।

বিশিষ্ট অভিনেতাগৰাকীক হেৰুৱাই মৰ্মাহত হোৱা মুখ্যমন্ত্ৰীয়ে তেওঁৰ কথা সুঁৱৰি লিখিছে, ‘পৰলোক গমনৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ৷ শৈশৱতে ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ৷ বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব৷ এই দুখৰ মুহূৰ্তত বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ মই চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #himantabiswasarmaasom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.