• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

4 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

4 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

6 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

7 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

8 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

10 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

11 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

11 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

editor by editor
October 27, 2022
in অসম, উত্তৰ-পূব, চিনেমা, জীৱনশৈলী
0
গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমবাসীয়ে বিচাৰিছে এই খবৰ পূৰ্বৰ দৰে মিছা হওক। নিপন গোস্বামীয়ে কৈ উঠক মই সুস্থ কোনে চলাইছে এই অপপ্ৰচাৰ। গুণমুগ্ধই সামাজিক মাধ্যমত কৈছে এই খবৰ একেবাৰেই মিছা হওক। মিছা হওক বুলি ভাৱিলেও নিপন গোস্বামী আৰু নাই। নহাৰ বাটেৰে গুচি যোৱা নিপন গোস্বামীক হাস্পতালৰ পৰা লৈ যোৱা হৈছে বাসগৃহলৈ। কাইলৈ ১১ বজাত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰ হ’ব অভিনেতাগৰাকীৰ শেষকৃত্য।

ইপিনে প্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰা মাত্ৰকেই গুণমুগ্ধসকলে প্ৰিয় অভিনেতাগৰাকীক এবাৰ চাবৰ বাবেই ঢাপলি মেলিছে। সেয়ে সকলোৱে শেষ শ্ৰদ্ধা জনাব পৰাৰো ব্যৱস্থা কৰিছে পৰিয়ালৰ লগতে অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ লগতে অসম চৰকাৰে। ২.৩০ বজাত অভিনেতাগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব জ্যোতি চিত্ৰবনলৈ।

জ্যোতি চিত্ৰবনতেই অভিনেতাজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব গুণমুদ্ধই। কাইলৈ পুৱা ৯ বজাত নশ্বৰ দেহ লৈ যোৱা হ’ব কলাক্ষেত্ৰলৈ। তাতেই ৰাজহুৱা শ্ৰদ্ধা জনাব পাৰিব সকলো গুণমুগ্ধই। ইয়াৰ পাছতেই দীঘলীপুখুৰীৰ পাৰলৈ নিয়া হ’ব নশ্বৰ দেহ। তাৰপাছতেই অন্তেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হ’ব নবগ্ৰহলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!
জীৱনশৈলী

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

September 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

September 18, 2026
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
Next Post
নিপন গোস্বামীৰ মৃত্যুত শোকস্তব্ধ অসম লাইভ ২৪-ৰ অধ্যক্ষ নৃপেন দাস, সোঁৱৰিলে তেঁওৰ বাসভৱনলৈ যোৱা সেই বিশেষ সময়ক

নিপন গোস্বামীৰ মৃত্যুত শোকস্তব্ধ অসম লাইভ ২৪-ৰ অধ্যক্ষ নৃপেন দাস, সোঁৱৰিলে তেঁওৰ বাসভৱনলৈ যোৱা সেই বিশেষ সময়ক

মিঞা মিউজিময়ামক লৈ গ্ৰেপ্তাৰ হোৱা সকলৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব, মিঞা মিউজিয়ামক লৈ আৰু কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে?

মিঞা মিউজিময়ামক লৈ গ্ৰেপ্তাৰ হোৱা সকলৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব, মিঞা মিউজিয়ামক লৈ আৰু কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.