• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

2 years ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

12 minutes ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

32 minutes ago
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

1 hour ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

2 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

3 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

3 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

4 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

6 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

editor by editor
February 1, 2025
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰাজ্যবাসীক দিলে বাৰ্থডে গীফ্টঃ জন্মদিনত ৰাজ্যবাসীলৈ কি কি উপহাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ বিভিন্নজনৰ পৰা ওপজা দিনৰ শুভেচ্ছা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ দিনটোতেই ৰাজ্যবাসীলৈ কেইবাটাও প্ৰকল্প উপহাৰ দিয়ে৷ শনিবাৰে পুৱা ৰাজ্যৰ ১৪ সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বহিৰ্বিভাগ সেৱাৰ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ৫০৫ খন বিছনাৰ সুবিধা থাকি আৰু ই এক সম্পূৰ্ণ প্ৰযুক্তিচালিত স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে বিবেচিত হ’ব বুলি ঘোষণা কৰে৷

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত কৰ্মচাৰীৰ বাবে প্ৰস্তুত কৰা মানৱ সম্পদ ব্যৱস্থাপনা পৰ্টেল এটাও আভাসীভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে৷ ২.৫ কোটি টকা ব্যয়েৰে প্ৰস্তুত কৰা হৈছে এই প্ৰকল্প৷ ১০ হাজাৰৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই পৰ্টেলত অন্তৰ্ভূক্ত কৰা হৈছে৷

মুখ্যমন্ত্ৰীয়ে একে অনুষ্ঠানতেই ৰাজ্যৰ ১ কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰিছে৷ ইণ্ডাছ টাৱাৰৰ সহযোগিতাত অসম চৰকাৰ আৰু আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ এই পদক্ষেপে বহু লোকৰ এক নিৰাপদ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়৷ লগতে মুখ্যমন্ত্ৰীয়ে ৰোগীৰ কোনো অসুবিধা নোহোৱাকৈ যিকোনো সময়তে সেৱা আগবঢ়াবলৈ চিকিৎসকসকলক আহ্বান জনায়৷

ইয়াৰোপৰি জাগীৰোড তথা মৰিগাওঁবাসীৰ সমস্যা দূৰ কৰিবলৈ জাগীৰোজ আৰু মৰিগাঁৱৰ মুল পথত কপিলীৰ ওপৰক নিৰ্মাণ কৰা ২ লেনযুক্ত দলংখন উদ্বোধন কৰে৷ ইয়াৰোপৰি জাগীৰোডত আছাম ইলেক্ট্ৰনিকথ এণ্ড ছেমিকণ্ডাক্টৰ লজিষ্টিক পাৰ্কৰ ক্ষেত্ৰ উন্নীতকৰণৰ কামৰো শুভাৰম্ভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন
নিয়োগ

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী
জীৱনশৈলী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

August 10, 2026
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’
বিনোদন

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

August 10, 2026
Next Post
পুৰণি বনাম নতুন কৰ আঁচনি: উপাৰ্জন অনুযায়ী কিমান ধৰিব লাগিব ধন

পুৰণি বনাম নতুন কৰ আঁচনি: উপাৰ্জন অনুযায়ী কিমান ধৰিব লাগিব ধন

শোকাৱহ দুৰ্ঘটনা, তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ খাৱৈত পৰি ৫ নিহত বহু আহত, মৃতকৰ সংখ্যা বৃদ্ধি আশংকা

শোকাৱহ দুৰ্ঘটনা, তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ খাৱৈত পৰি ৫ নিহত বহু আহত, মৃতকৰ সংখ্যা বৃদ্ধি আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.