• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

3 weeks ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

2 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

3 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

3 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

4 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

6 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

6 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

7 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

9 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

20 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

'ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ'ব নালাগে', ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

editor by editor
May 26, 2026
in অসম, বিবিধ, লেখা
0
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

Image ref 102799508. Copyright Shutterstock No reproduction without permission. See www.shutterstock.com/license for more information.

0
SHARES
35
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম বিধানসভা অধিৱেশনৰ চতুৰ্থ দিন। NDA চৰকাৰে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত যোৱা ২১ মে’ৰ পৰা এই অধিৱেশন আৰম্ভ হৈছিল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বহুতো কথা উল্লেখ কৰে।

ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, “যোৱা ৪ বছৰত চাৰিৰ পৰা ৮ লাখলৈ বৃদ্ধি হৈছে অসমৰ GDP আৰু অসম চৰকাৰে ২০২৮ চনৰ ভিতৰত ৰাজ্যখনক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ দিশত কাম কৰি আছে। বিজেপিয়ে ৰাজ্যৰ শান্তি আৰু উন্নয়নৰ এজেণ্ডাকলৈ কাম কৰি আছে।”

অসম বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সময়ত ভাষণ দি শৰ্মাই কয় যে এন ডি এৰ নিৰ্বাচনী প্ৰদৰ্শনে সমগ্ৰ ৰাজ্যৰ ভোটাৰৰ মাজত মিত্ৰতাৰ ওপৰত ক্ৰমাৎ আস্থা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে।

ভাষণৰ আৰম্ভণিত মুখ্যমন্ত্ৰীয়ে ১ কোটি লোকৰ ভোট লাভ কৰি ১০২ খন আসনত বিজেপি মিত্ৰজোঁট জয়ী হৈ ৰাজনৈতিক ইতিহাসত মাইলৰ খুটি স্থাপন কৰিছে। বিজেপিয়ে ৮২ লাখ, অগপই ১৪ লাখ আৰু BPFএ ৮ লাখ ভোট লাভ কৰি একপ্ৰকাৰ ৫০ শতাংশ লোকৰ ভোট লাভ কৰিছে বুলি উল্লেখ কৰে। এই ভাষণত ২০৩১ৰ নিৰ্বাচনত এই ১৮জন ধৰ্মীয় সংখ্যালঘু বিধায়ক নিৰাপদ নহয় বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ইফালে ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিৰোধীক কটাক্ষ কৰি কয়, “বিধায়ক হ’ল বুলিয়েই অহংকাৰ নকৰিব আজি বিধায়ক বুলিয়েই কাইলৈও হৈ থাকিব বুলি কোনো কথা নাই। MP হৈ অহংকাৰ কৰাৰ কাৰণে যোৰহাটত এজনক ৰাইজে হৰুৱালে, দৰ্পচূৰ্ণ, অহংকাৰ পৰিত্যাগ কৰিলেহে বাৰে বাৰে বিধায়ক হ’ব পাৰিব। যদি মোৰ অহংকাৰ হয় আপোনালোকে মোক দেখুৱাই দিব, অহংকাৰী বিধায়কক কেতিয়াও ৰাইজে প্ৰশ্ৰয় নিদিয়ে।”

ইফালে মুখ্যমন্ত্ৰীয়ে PA, OSD কলৈ সাৱধান কৰি দিলে ৰাজ্যৰ বিধায়কসকলক। বছৰে বছৰে বিধায়কে সলনি কৰক PA, OSD, কেৱল PA, OSD ৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব নালাগে বুলি কয় বিধায়কসকলে।

মান্ধাতাযুগত বাস কৰিব নিবিচাৰে অসমবাসীয়ে বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয়, “অসমৰ ৰাইজে এতিয়া হিংসা নিবিচাৰে। বোমা-বিস্ফোৰণৰ শব্দত এতিয়া নুপুৱাই ৰাতি। শান্তি-সমৃদ্ধিৰ নতুন দ্বীপলৈ পৰিণত হৈছে অসম। ইয়াৰ বাবে অসমে দেখিছে এক নতুন যুগ। ৬ হাজাৰ যুৱক-যুৱতীয়ে অস্ত্ৰ ত্যাগ কৰি মূল সুতিলৈ ঘুৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই আজিৰ যুৱ সমাজে পূৰ্বৰ ৰক্তাক্ত পৰিৱেশ দেখা নাই। নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিছে ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়, উন্নয়নৰ পক্ষত যি থাকে তেওঁলোকৰ পক্ষতে থাকে অসমবাসী”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam Cm HimantaAssam Newshimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?
বিনোদন

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

June 17, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
Next Post
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

'মায়াবিনী পিছুৱাই গ'লো, দয়াবিনী আগুৱাই গ'ল', নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ'ব লাগিব ৰঙাঘৰৰ আলহী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.