• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

3 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

8 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

8 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

9 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

9 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

11 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

12 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

13 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

14 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

15 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

16 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?

editor by editor
March 19, 2023
in স্বাস্থ্য
0
শৰীৰত কোনো দুৰাৰোগ্য ৰোগে বাহৰ পাতিছে নেকি? প্ৰস্ৰাৱৰ ৰং দেখিয়েই কেনেকৈ বুজিব?
0
SHARES
48.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শৰীৰ সুস্থ ৰখাটো আমাৰ সকলোৰে প্ৰধান কৰ্তব্যৰ ভিতৰত এটা। শৰীৰৰ ভিতৰত কি হৈছে বাহিৰৰ পৰা সেয়া জনাটো সম্ভৱ নহয়। কিবা অসুখ শৰীৰত বাঢ়ি বাঢ়ি গৈ থাকিলেও সঠিক সময়ত কেতিয়াবা গম পোৱা নাযায়। যেতিয়ালৈকে শৰীৰত ৰোগৰ লক্ষণ ফুটি উঠে তেতিয়ালৈ বহু দেৰিও হৈ যায়। চিকিৎসকে এই সন্দৰ্ভত জনোৱা অনুসৰি প্ৰস্ৰাৱৰ ৰঙলৈ লক্ষ্য কৰিয়েই ৰোগ নিৰ্ণয় কৰা সম্ভৱ হয়। যদি প্ৰস্ৰাৱৰ ৰঙ সলনি হয় তেতিয়াই ই কোন ৰোগৰেই ইংগিত বুলি ধৰিব পাৰে। প্ৰস্ৰাৱৰ কোনকেইটা ৰঙে ৰোগৰ ইংগিত দিয়ে?

পাতল হালধীয়া
এই ৰঙৰ প্ৰস্ৰাৱ শৰীৰত ইউৰোবিলিন পিগমেণ্টৰ উৎপাদনৰ কাৰণে হয়। সাধাৰণতে পানী কম খালে প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়। শৰীৰত যেতিয়া পানীৰ পৰিমান একেবাৰেই কমি যায় তেতিয়া কিডনীয়ে প্ৰস্ৰাৱৰ পৰাই পানী শোষণ কৰে। ফলত প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং ঘনীভূত হৈ হালধীয়া বৰণ ধৰে। প্ৰস্ৰাৱ পাতল হালধীয়া বৰণৰ হ’লে পানী খোৱাৰ পৰিমান বঢ়াই দিয়াটো অতি জৰুৰী।

ডাঠ হালধীয়া
প্ৰস্ৰাৱৰ ৰং যদি গাঢ় হালধীয়া হৈ পৰে তেন্তে সেয়া জণ্ডিছৰ লক্ষণ। প্ৰস্ৰাৱৰ ৰং ডাঠ হালধীয়া হ’লে চিকিৎসকৰ কাষ চপাটো অতিকৈ প্ৰয়োজন। ইয়াৰোপৰি ভিটামিন বি কমপ্লেক্স বা মূত্ৰনলীৰ সংক্ৰমণ দূৰ কৰাৰ কোনো এণ্টিবায়টিক ঔষধ সেৱন কৰিলেও প্ৰস্ৰাৱৰ ৰং পাতল কমলা নতুবা হালধীয়া হৈ পৰে।

পাতল ৰঙা
প্ৰস্ৰাৱৰ বৰণ পাতল ৰঙচুৱা হ’লে ইয়াৰ অন্যতম কাৰণেই হৈছে মূত্ৰনলীৰ সংক্ৰমণ। এই সংক্ৰমণৰ ফলত বহুসময়ত মূত্ৰাশয়ৰ পৰা ৰক্তক্ষৰণ হয়। সেয়ে প্ৰস্ৰাৱত এই পৰিবৰ্তনে দেখা দিয়ে। ইয়াৰোপৰি কিডনীত পাথৰ, কৰ্কটৰ সংক্ৰমণ আদিৰ বাবেও প্ৰস্ৰাৱত এইসমূহ পৰিবৰ্তনে দেখা দিয়ে।

বাদামী ৰং
প্ৰস্ৰাৱৰ ৰং বাদামী হ’লে এয়া কিডনীত হোৱা কৰ্কটৰ অন্যতম উপসৰ্গ। ইয়াৰোপৰি কিডনীত পাথৰ হ’লে, মূত্ৰনলীত সংক্ৰমণ হ’লে প্ৰস্ৰাৱৰ ৰং বাদামী পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assamhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

July 23, 2026
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
‘ভাৰতীয় বাবেই ইমান বাধা পাইছো! হলিউডতো বৈষম্যতা…’ সৰৱ প্ৰিয়ংকা চোপ্ৰা

'ভাৰতীয় বাবেই ইমান বাধা পাইছো! হলিউডতো বৈষম্যতা...’ সৰৱ প্ৰিয়ংকা চোপ্ৰা

কবিতা লিখা মানুহবোৰ আৱেগিক, ভূপেন বৰাই কল্পনাতেই আসন লাভ কৰা দেখেঃ জয়ন্ত মল্ল বৰুৱা

কবিতা লিখা মানুহবোৰ আৱেগিক, ভূপেন বৰাই কল্পনাতেই আসন লাভ কৰা দেখেঃ জয়ন্ত মল্ল বৰুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.