• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

3 years ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

59 minutes ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

1 hour ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

1 hour ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

2 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

3 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

3 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

4 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

5 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

6 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

7 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

7 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
February 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
15.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২ ফেব্ৰুৱাৰী ২০২৪ শুক্ৰবাৰে চন্দ্ৰ তুলা ৰাশিত ৰাখিব। পঞ্জিকা অনুসৰি কালি হৈছে মাঘ মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথি। শুকুৰবাৰে কেইবাটাও শুভ যোগ গঠিত হ’ব। শুক্ৰবাৰে থাকিবলগা শুভ যোগসমূহ হৈছে ত্ৰিগ্ৰহী যোগ আৰু ধন যোগ। ইয়াৰোপৰি কাইলৈ শুকুৰবাৰে থাকিব স্বাতী নক্ষত্ৰ। এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো অত্যন্ত মাহাত্ম্যপূৰ্ণ হ’ব। ইয়াৰোপৰি হিন্দুধৰ্ম অনুসৰি শুকুৰবাৰ মা লক্ষ্মীৰ প্ৰিয় দিন। এই দিনটোত ধন দেৱীৰ আৰাধনা কৰিলে তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰাটো সম্ভৱ হয়। জ্যোতিষ গণনা অনুসৰি কাইলৈ ধন যোগত দেৱীৰ আশীৰ্বাদচ ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ। শুক্ৰ গ্ৰহৰ প্রভাৱত কাইলৈ এই ৫ৰাশিৰ জাতকে সুখ সৌভাগ্য আৰু সাফল্য লাভ কৰিব। কাইলৈ ২ ফেব্ৰুৱাৰী ২০২৪ত কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব জানি থওক।

বৃষ ৰাশি
২ ফেব্ৰুৱাৰী ২০২৪ত ধন যোগৰ প্ৰভাৱত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ। কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব। হঠাৎ অৰ্থলাভৰ যোগ আছে। সামাজিক কাম কৰাৰ ফলত সমাজত সন্মান বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ। কাইলৈ আপুনি যি কামতেই হাত নিদিয়ক কিয় তাতেই সফলতা পাব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

কৰ্কট ৰাশি
ধন যোগৰ শুভ ফল কাইলৈ লাভ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে। কাইলৈ লক্ষ্মীৰ কৃপাত আপোনাৰ জীৱনত সকলো সংকট কাটি নতুন দিনৰ শুভাৰম্ভ হ’ব। পুৰণা কোনো অসুখ থাকিলে সেয়া দূৰ হ’ব। কাইলৈ বিশেষ সাহসৰ পৰিচয় দিব পাৰে। নিজৰ সকলো কাম কাজ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে। প্ৰয়োজনৰ সময়ত বন্ধুক কাষতে পাব।

সিংহ ৰাশি
কাইলৈ ২ জানুৱাৰী ধন যোগৰ প্রভাৱত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ। কাইলৈ আপোনাৰ পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু নিজৰ বিৰোধীসকলক পৰাজিত কৰি জয়লাভ কৰিব পাৰিব। আপোনাৰ কামৰ সুবাদত কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰশংসা পাব আৰু কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকূল থাকিব। আইনী যুঁজত কাইলৈ আপুনি সফল হ’ব। ব্যৱসায়ত লাভ বাঢ়িব।

বৃশ্চিক ৰাশি
চিত্ৰা নক্ষত্ৰৰ প্রভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। কাইলৈ ভাগ্যই সংগ দিব বৃশ্চিক ৰাশিৰ জাতকক। প্ৰচুৰ এনাৰ্জিত কাইলৈ টগবগাই থাকিব এই ৰাশিৰ জাতক। সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পন্ন হ’ব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব পাৰে। ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাতো ভাল ফলাফল লাভ কৰিব।

ধনু ৰাশি
২ফেব্ৰুৱাৰীত কোনো শুভ অনুষ্ঠানত অংশ ল’ব পাৰে ধনু ৰাশিৰ জাতকে। ত্ৰিগ্ৰহী যোগৰ শুভ ফল কাইলৈ লাভ কৰিব ধনু ৰাশিৰ জাতকে। কাইলৈ কিছু অৰ্থলাভ কৰাৰ যোগ আছে আপোনাৰ। নানান কামত ব্যস্ত থাকিলেও সন্ধিয়া বন্ধুৰ সৈতে সুখৰ সময় কটাব। পুৰণা বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব। পৰিয়ালৰ সৈতেও সু-সময় কটাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ
জীৱনশৈলী

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

August 21, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
Next Post
ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.