• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

3 years ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

11 minutes ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

46 minutes ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

1 hour ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

2 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

3 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

4 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

editor by editor
April 16, 2023
in অসম, বিবিধ, ভাৰত
0
সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেওবাৰৰ দিনটোৰ মুখ্য খবৰ সমূহ ভিতৰত প্ৰথমেই আছে উত্তৰ প্ৰদেশৰ ঘটনা। উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীৰ চকুৰ সন্মুখতেই আততায়ীৰ হাতত নিহত হৈছে গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আছৰফ। আতিক আৰু আছৰফৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছে আৰক্ষীয়ে। হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যাওঁতে সংবাদমাধ্যমৰ আগত মন্তব্য দি থাকোতেই আততায়ীৰ গুলীত নিহত হৈছে আতিক আৰু আছৰফ। আতিক আৰু আছৰাফৰ মৃত্যুৱে দখল কৰিছে আজিৰ সংবাদ শিৰোনাম।

চিবিআইৰ দফতৰত হাজিৰ হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল

আবকাৰী বিভাগৰ দুৰ্নীতিৰ গোচৰত আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক তলব কৰিছে চিবিআইয়ে। আজি পুৱা ১১ বজাত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ’ব আপ নেতা তথা মুখ্যমন্ত্ৰী কেজৰিৱাল।

ৰাহুলে আৰম্ভ কৰিছে নিৰ্বাচনী সভা

আজি কোলাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা। দুপৰীয়া এই সভাত ভাগ ল’ব কংগ্ৰেছ নেতাগৰাকীয়ে। এই স্থানত সভা কৰিয়েই পূৰ্বে মোদীৰ বিৰুদ্ধে আপত্তিকৰ মন্তব্য কৰি জামিন ল’ব লগা হৈছে ৰাহুলে। পুনৰ সেই স্থানতেই আজি সভাত অংশগ্ৰহণ কৰিব ৰাহুলে। আজি কি মন্তব্য কৰিব ৰাহুলে সেই লৈ সকলোৰে দৃষ্টি এতিয়া ৰাহুলৰ সভাখনলৈ।

ৰাজ্যত আজি বতৰ কেনে থাকিব?
বিগত কেইবাদিনো ধৰি তাপমাত্ৰা বৃদ্ধি পাইছে ৰাজ্যত। আজিৰ দিনটোত ৰাজ্যৰ তাপমাত্ৰা ৩৮ ডিগ্ৰীলৈ বৃদ্ধি পাব। আগন্তুক কেইবাদিনলৈ ৰাজ্যত বতৰ ফৰকাল থাকিব।

দেশৰ কভিড পৰিস্থিতি

দেশত বৃদ্ধি হৈছে ক’ৰনাৰ সংক্ৰমণ। বিগত কেইবাদিনো ধৰি সংক্ৰমণৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি মহাৰাষ্ট্ৰ আৰু দিল্লীত দৈনিক বাঢ়িছে সংক্ৰমণ।

আইপিএলত আজি কাৰ কাৰ খেল?

আজি আইপিএলৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব। আবেলি ৩ টাৰ পৰা কলকাতা বনাম মুম্বাইৰ খেল আছে। আনহাতে সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব গুজৰাট
বনাম ৰাজস্থানৰ খেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

September 10, 2026
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
Next Post
সংগমত অনীহা! যৌনতাত আগ্ৰহ হেৰোৱাৰ আঁৰত কি কি কাৰণ লুকাই আছে?

সংগমত অনীহা! যৌনতাত আগ্ৰহ হেৰোৱাৰ আঁৰত কি কি কাৰণ লুকাই আছে?

বুলডজাৰ নে আইনী ব্যৱস্থা, শক্তিশালী হিন্দু নেতা হিমন্ত বিশ্ব নে যোগী, শ্বাহৰুখক আজিও কিয় চিনি নাপায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সকলো ভাঙি পাতি ক’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

বুলডজাৰ নে আইনী ব্যৱস্থা, শক্তিশালী হিন্দু নেতা হিমন্ত বিশ্ব নে যোগী, শ্বাহৰুখক আজিও কিয় চিনি নাপায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, সকলো ভাঙি পাতি ক’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.