• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

3 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

6 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

7 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

8 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

9 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

10 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

11 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

11 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

12 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

13 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

13 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

editor by editor
April 29, 2023
in ভাৰত, ৰাজনীতি
0
‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত। কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণৰ অভিযোগ আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে। শনিবাৰে হুমনাবাদত বিজেপিৰ সভাত মল্লিকাৰ্জূন খড়্গেৰ বিৰুদ্ধে এই অভিযোগ আনিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘কংগ্ৰেছ নেতাসকলে এতিয়ালৈ ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে।’

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খড়্গে বৃহস্পতিবাৰে কালবুৰ্গিত এক নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিষধৰ সাপৰ সৈতে তুলনা কৰিছিল। কিন্তু এই মন্তব্য কৰাৰ পাছত দুঃখপ্ৰকাশো কৰিছিল কংগ্ৰেছ সভাপতিগৰাকীয়ে। নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি পাছত মল্লিকাৰ্জূন খড়্গে কৈছিল, ‘মোদীয়েই নহয় বিজেপিৰ সমূহ কৰ্মকৰ্তাই বিষাক্ত সাপৰ দৰে। মুখ মেলিলেই মৃত্যু অৱধাৰিত।’

আগন্তুক ১০ মেত ২২৪ আসনৰ বাবে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৩ মে’ত হ’ব ভোটগণনা। বহুকেইটা নিৰ্বাচনী সমীক্ষাই কোৱামতে এইবাৰ দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপি শাষিত ৰাজ্যৰ পৰাও বিজেপিয়ে বিদায় ল’ব। কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। এইবাৰ শাসনভাৰ লাভ কৰিবনে এই বিষয়টোক লৈ শংকা অহাত প্রধানমন্ত্ৰী নিজেই নামি পৰিছে প্ৰচাৰত। দুদিনীয়া ভ্ৰমণসূচীয়ে মোদী উপস্থিত হৈছে কৰ্ণাটকত। বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰামতে কৰ্ণাটকত প্ৰথমদিনা ৬ খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব মোদীয়ে। দুদিনত মুঠ ২২ খন প্ৰচাৰসভাত মোদীয়ে ভাগ ল’ব বুলিও জনাইছে একাংশ কৰ্মকৰ্তাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি
ৰাজনীতি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

June 26, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
Next Post
‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

'মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? 'মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

ABP C-Voterৰ সমীক্ষা, কৰ্ণাটকত এইবাৰ আহিব কংগ্ৰেছৰ চৰকাৰ

ABP C-Voterৰ সমীক্ষা, কৰ্ণাটকত এইবাৰ আহিব কংগ্ৰেছৰ চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.