• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

2 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

5 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

7 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

7 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

8 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

9 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

10 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

11 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

12 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

12 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

12 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

editor by editor
February 25, 2025
in ভাৰত, ৰাজনীতি
0
এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী
0
SHARES
825
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

কংগ্ৰেছৰ বিৰুদ্ধে ক্ৰমাৎ ক্ষোভৰ মাজতে তিৰুৱনন্তপুৰমৰ সাংসদ তথা দলটোৰ জনপ্ৰিয় নেতা শশী থাৰুৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ গোৱালৰ সৈতে এখন ফটো পোষ্ট কৰিছে। ফটোখন ভাৰত-ব্ৰিটেইনৰ বাণিজ্যিক চুক্তিৰ আলোচনাৰ পিছতে উঠা।

এই চেলফিত কংগ্ৰেছ নেতা শশী থাৰুৰক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱাল আৰু ব্ৰিটিছ বাণিজ্য বিভাগৰ বিদেশ সচিব জনাথন ৰেইনল্ডছৰ সৈতে দেখা গৈছে। থাৰুৰৰ এই ছবিখনৰ পিছত পুনৰবাৰ কংগ্ৰেছত তেওঁৰ ভৱিষ্যত উপস্থিতি সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে নিজৰ ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰি কেপচনত লিখিছে, “বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালৰ উপস্থিতিত ব্ৰিটেইনৰ বাণিজ্য আৰু বাণিজ্য বিভাগৰ অধীনস্থ সচিব জনাথন ৰেইনল্ডছৰ সৈতে মত বিনিময় কৰাটো ভাল। বহুদিনৰ পৰা স্থবিৰ হৈ থকা এফটিএ আলোচনা পুনৰ আৰম্ভ হৈছে, যিটো অতি আদৰণীয়।”

https://x.com/ShashiTharoor/status/1894225091149664308

কেৰালা চৰকাৰৰ নীতিক প্ৰশংসা কৰাৰ পিছত কংগ্ৰেছ দলৰ সৈতে থাৰুৰৰ সম্পৰ্কত ফাঁট মেলাৰ পিছতে এক্সত এই পোষ্টটো লিখিছে শশী থাৰুৰে। ইয়াৰ পিছত আকৌ এবাৰ দলত থাৰুৰৰ ভৱিষ্যতক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে।

উল্লেখ্য যে, কিছুদিনৰ পৰা কংগ্ৰেছৰ সাংসদ তথা দলটোৰ পুৰণি নেতা শশী থাৰুৰ কংগ্ৰেছ দলৰ ওপৰত ক্ষুব্ধ হোৱা দেখা গৈছে। শেহতীয়াকৈ থাৰুৰে এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল আৰু নিজৰ অসন্তুষ্টিও প্ৰকাশ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressCongress LeaderIndian Politicssashi tharur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
Next Post
আজি মহাশিৱৰাত্ৰী, লগতে মহাকুম্ভৰ অন্তিম স্নান, পুৱাতেই ৪১ লাখ লোকে কৰিলে স্নান

আজি মহাশিৱৰাত্ৰী, লগতে মহাকুম্ভৰ অন্তিম স্নান, পুৱাতেই ৪১ লাখ লোকে কৰিলে স্নান

মহাশিৱৰাত্ৰিত শিৱ যোগত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব কোন কেইটা ৰাশিয়ে, পঢ়ক আজিৰ ৰাশিফল

মহাশিৱৰাত্ৰিত শিৱ যোগত ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব কোন কেইটা ৰাশিয়ে, পঢ়ক আজিৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.