২২টা সমষ্টিৰ তালিকা ঘোষণা
প্ৰাৰ্থীসকল হৈছে ক্ৰমে
কোকৰাঝাৰত মানিক চন্দ্র ব্রহ্মক প্রাৰ্থিত্ব
বাওখুংগ্রীত চাপালী মাৰাক
পৰ্বতঝোৰাত আশ্রাফুল ইছলাম শ্বেখ
ধুবুৰীত বেবী বেগম
জলেশ্বৰত আফতাব উদ্দিল মোল্লা
অভয়াপুৰীত প্রদীপ সৰকাৰ
ছিদলী-চিৰাঙত মতিলাল নাৰ্জাৰী
চেঙাত আব্দুৰ ৰহিম আহমে
দপাকা বেতবাৰীত জাকিৰ হুছেইন ছিকদাৰ
বাক্সাত জগদীশ মদাহী
তামুলপুৰত ৰফি দৈমাৰী
ওদালগুৰিত সুৰেন দৈমাৰী
লাহৰীঘাটত আছিফ মহম্মদ নাজাৰ
নগাঁও-বটদ্রৱাত দুৰ্লভ চমুৱা
নদুৱাৰত সুনীল চেত্রী
ৰঙানদীত জয়ন্ত খাউণ্ড
লখিমপুৰত ঘন বুঢ়াগোহাঁই
ঢকুৱাখনাত আনন্দ নৰহ
মাকুমত শিৱনাথ চেতিয়া
খুমটাইত ৰ’জলীনা তিৰ্কী
হাওৰাঘাটত সঞ্জীৱ টেৰণ
আলগাপুৰ-কাটলিচেৰাত জুবেইৰ আলম মজুমদাৰক প্রাৰ্থিত্ব কংগ্রেছৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ