• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

3 months ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

1 hour ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

2 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

3 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

5 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

6 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

7 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

8 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

8 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

9 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

editor by editor
March 20, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, লেখা
0
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
0
SHARES
568
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আপুনি যদি নিয়মিত বিনিয়োগ কৰে তেন্তে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা কয় বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে সমস্যাও আছে৷ শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ কাৰণে বহুতেই শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিবলৈ অনিচ্ছুক৷ যিসকলে বিনিয়োগৰ ওপৰত নিৰাপদ ৰিটাৰ্ণ বিচাৰিছে তেওঁলোকৰ বাবে পোষ্ট  অফিচৰ ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পসমূহ ভাল বিকল্প৷ চৰকাৰ সমৰ্থিত হোৱাত এই প্ৰকল্পসমূহে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে৷ তেনে এটি প্ৰকল্প হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড৷ এই প্ৰকল্পটোৱে দীৰ্ঘম্যাদত এক বৃহৎ কৰ্পাছ তৈয়াৰ কৰাত সহায় কৰিব পাৰে৷
পি পি এছত কিমান সুদ দিয়ে সেই সম্পৰ্কে বহুতেই জানিবলৈ আগ্ৰহী৷ পিপিএফত বাৰ্ষিক ৭.১ শতাংশ সুদৰ হাৰ প্ৰদান কৰে৷ এয়া এটা চক্ৰবৃদ্ধি বাৰ্ষিক সুদৰ হাৰ৷ গুৰুত্বপূৰ্ণ বিষয় হৈছে পি পি এফত আৰ্জিত সুদ কৰমুক্ত৷  ইয়াত সৰ্বনিম্ন পৰিমাণ ৫০০ টকা জমা কৰিব পাৰে৷ এটা আৰ্থিক বছৰত পিপিএফত সৰ্বনিম্ন ৫০০ টকা জমা কৰিব পাৰে৷ এটা আৰ্থিক সৰ্বোচ্চ পৰিমাণো জমা কৰিব পাৰে৷ বিনিয়োগকাৰীয়ে এই পৰিমাণ এককালীন বা কিস্তিত জমা কৰিব পাৰে৷ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত কৰা বিনিয়োগ কৰমুক্ত৷

কোনে বিনিয়োগ কৰিব পাৰে?

প্ৰাপ্তবয়স্ক ভাৰতীয়া নাগৰিকে এই প্ৰকল্পৰ অধীনত এটা একাউণ্ট খুলিব পাৰে৷ এজন অভিভাৱক বা মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নামতো একাউণ্ট খুলিব পাৰে৷ এজন ব্যক্তিয়ে কেৱল এটাহে পিপিএফ একাউণ্ট খুলিব পাৰে৷ ম্যাদপূৰ্তিৰ সময়কাল এটা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট ১৫ বছৰৰ ভিতৰত মেচিওৰ হয়৷ ইয়াৰ পাছত পোষ্ট অফিচত আবেদন কৰি ম্যাদপূৰ্তিৰ সময়কাল ৫ বছৰলৈ বঢ়াবও পাৰি৷ ২৫ বছৰত মাহিলী ১১০০০ টকাকৈ বিনিয়োগ কৰিলে বাৰ্ষিক বিনিয়োগ হ’ব ১,৩২, ০০০ টকা৷  ইয়াত মুঠ বিনিয়োগ হ’ব ৩৩,০০,০০০ টকা৷ ম্যাদপূৰ্তিৰ পৰিমাণ ৯০, ৭১,০৫৩ টকা আৰু মুঠ সুদৰ আয় ৫৭, ৭১, ০৫৩ টকা৷
পিপিএফত ৯০ লাখ টকাৰ তহবিল তৈয়াৰ কৰিবলৈ যদি পিপিএফৰ মাধ্যমেৰে ২৫ বছৰত ৯০ লাখ টকাৰ তহবিল তৈয়াৰ কৰিব খোজে তেন্তে এই স্কিমত প্ৰতিমাহে ১১,০০০ টকা বিনিয়োগ কৰিব লাগিব৷ এই বিনিয়োগত প্ৰতি বছৰে ১,৩২,০০০ টকা বিনিয়োগ কৰিব লাগে৷ ১৫ বছৰৰ পাছত ম্যাদপূৰ্তিৰ সময়কাল বঢ়োৱাৰ বাবে পোষ্ট অফিচত আবেদন কৰিব লাগে৷ এই বিনিয়োগৰ পৰা ২৫ বছৰত আপোনাৰ লাভ হ’ব ৯, ০৭১, ০৫৩ টকা লাভ হ’ব৷ এই বিনিয়োগৰ মাজত থাকিব ৩৩ লাখ টকা আৰু সুদৰ পৰা আয় হ’ব ৫,৭৭১, ০৫৩ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
Next Post
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.