• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা কালত লেফাফা বিক্ৰী কৰা বংশ-বংশিকাৰ কাহিনী

ক’ৰোনা কালত লেফাফা বিক্ৰী কৰা বংশ-বংশিকাৰ কাহিনী

5 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

7 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

7 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

8 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

9 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

10 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

10 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

11 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

11 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

12 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

13 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’ৰোনা কালত লেফাফা বিক্ৰী কৰা বংশ-বংশিকাৰ কাহিনী

editor by editor
May 16, 2021
in ক'ভিড-১৯, জীৱনশৈলী, বিবিধ, ভাৰত
0
ক’ৰোনা কালত লেফাফা বিক্ৰী কৰা বংশ-বংশিকাৰ কাহিনী
0
SHARES
754
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাভই ২৪ঃ ক’ৰোনা মহামাৰীয়ে দুখীয়াৰ ঘৰ পোহৰ কৰা চাকি গছিয়েই নহয়, নুমুৱাই পেলালে জুইশালৰ জুইকুৰাও। দিন হাজিৰা কৰা লোকসকলৰ ঘৰৰ পৰিয়ালসমূহে কোভিডৰে নহয়, এতিয়া যুঁজিছে পেটৰ ভোকৰ সৈতে। আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এটা দুর্ভগীয়া পৰিয়ালৰ কাহিনী, যি দুর্ভগীয়া পৰিয়ালটো এই সংকটৰ সময়ত কোভিডৰে নহয়, যুঁজিছে ভোকেৰে। কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ ২ কণমানি থিয় দিছে সাহস হিচাপে। প্ৰতিবেদনখন অনুপ্ৰেৰণামূলক, শেষলৈকে পঢ়িব। দিন হাজিৰা কৰি পেট প্ৰৱর্তোৱা বীৰুৰ পৰিয়ালটো উত্তৰাখণ্ডৰ দেৰাডুনৰ। পৰিয়ালটোৱে ক’ৰোনাৰ সমানে যুঁজিছে ভোকৰ সৈতে; কিন্তু হাৰ মনা নাই। পৰিয়ালটোৱে প্ৰস্তুত কৰিছে লেফাফা। বীৰুৰ কণমানি কন্যা আৰু পুত্ৰই বজাৰলৈ নিজেই গৈ দুবেলাৰ বাবে গোটাইছে ৰেচন। ক’ৰোনা কালে সকলোকে বিপাঙত পেলাইছে। ব্যৱসায় শেষ। প্ৰত্যেক ঘৰতে কিবা নহয়, কিবা ৰোগৰ ৰোগী আছে। পদপথৰ ব্যৱসায়ীসকলৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা লোকসকলৰ পৰিয়াল কোভিডৰ লগতে ভোকৰ সৈতেও যুঁজিছে। কার্ফিউ আৰম্ভ হোৱাৰ পাছত দিন হাজিৰা কৰা বীৰুৰ অৱস্থাও একে হ’ল। বীৰুৰ পৰিয়ালটোত পত্নীৰ বাহিৰে আছে আন ৬টাকৈ কণমানি। বহুকেইটা দিন ভোকেৰে যুঁজি হাৰ নামানিলে বীৰুৰ পৰিয়ালটো। বীৰুৰ পত্নী ফাতেমা, পুত্ৰ বংশ আৰু কন্যা বংশিকাই পৰিয়ালৰ কামান চম্ভালিলে। আৰম্ভ কৰিলে বাতৰি কাকতৰ পৰা লেফাফা প্ৰস্তুত কৰিবলৈ। ১০ বছৰীয়া পুত্ৰ বংশ আৰু ১২ বছৰীয়া কন্যা বংশিকাই লেফাফাসমূহ এটা মোনাত ভৰাই বিক্ৰী কৰিবলৈ লৈ যায় বজাৰলৈ। ভাতৃ-ভগ্নীয়ে মিলি লেফাফাসমূহ লৈ খোজকাঢ়ি চহৰৰ অলিয়ে-গ’লিয়ে বিক্ৰী কৰে। বর্তমান সময়ত যিহেতু চিঠিৰ জনপ্ৰিয়তা কমিল সেইবাবে সাধাৰণ লোকসকলতকৈ লেফাফাসমূহৰ বেছি চাহিদা বংশিকা আৰু বংশই পালে ঔষধৰ দোকানসমূহত। বাকী দোকানসমূহে বংশিকা-বংশৰ লেফাফা ক্ৰয় কৰিবলৈ আগ্ৰহ নেদেখুৱায়। গোটেই দিনটো ঘূৰি ২০০ টকা পর্যন্ত লেফাফা বিক্ৰী কৰে তেওঁলোকে। তাৰ মাজতে কোনোবা এটা দিনত ১০০ টকাৰ লেফাফাও বিক্ৰী নহয়। সেইদিনা এবেলা খাই এবেলা চিন্তা কৰোতেই যায় বীৰুহঁতৰ পৰিয়ালটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

এগৰাকী হৃদয়বান আৰক্ষী মহানুভৱতা

এগৰাকী হৃদয়বান আৰক্ষী মহানুভৱতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.