• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰৰ আদেশ, গো-মূত্ৰৰে চাফ-চিকুণ কৰক চৰকাৰী কার্যালয়

চৰকাৰৰ আদেশ, গো-মূত্ৰৰে চাফ-চিকুণ কৰক চৰকাৰী কার্যালয়

5 years ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

5 minutes ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

36 minutes ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

1 hour ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

2 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

11 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

12 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

13 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

13 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

14 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

14 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

15 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৰকাৰৰ আদেশ, গো-মূত্ৰৰে চাফ-চিকুণ কৰক চৰকাৰী কার্যালয়

editor by editor
February 2, 2021
in ক'ভিড-১৯, বিজ্ঞান, বিনোদন, ভাৰত, স্বাস্থ্য
0
চৰকাৰৰ আদেশ, গো-মূত্ৰৰে চাফ-চিকুণ কৰক চৰকাৰী কার্যালয়
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশত গো-মূত্ৰক লৈ প্ৰায়ে বিতর্ক চলি থাকে। একাংশই গো-মূত্ৰক প্ৰাকৃতিক ঔষধৰূপে ব্যৱহাৰ কৰে যদিও আন একাংশই ইয়াক একো বুলি বিবেচনা নকৰে। কিন্তু মধ্যপ্ৰদেশৰ শিৱৰাজ চৌহান চৰকাৰে গৰু সম্পর্কিত নানান সিদ্ধান্ত গ্ৰহণ কৰি আহিছে, কেতিয়াবা যদি গো-কেবিনেট কেতিয়াবা অন্য আইন। কিন্তু এইবাৰ মধ্যপ্ৰদেশ চৰকাৰে এনে এক আদেশ দিছে, যাৰ দ্বাৰা ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে চৌহান চৰকাৰ। এইবাৰ মধ্যপ্ৰদেশ চৰকাৰে সকলো চৰকাৰী কার্যলায়ৰ চাফ-চিকুণ গো-মূত্ৰৰ দ্বাৰা তৈয়াৰী ফেইনালেৰে কৰাৰ আদেশ দিছে। ৰাজ্যখনৰ জেনেৰেল এডিমিনিষ্ট্ৰেচন বিভাগৰ এক আদেশত কোৱা হৈছে যে এতিয়াৰে পৰা সকলো চৰকাৰী কার্যালয়ৰ চাফ-চিকুণ কেমিকেলযুক্ত ফেইনালেৰে কৰা নহ’ব, তাৰ ঠাইত গো-মূত্ৰৰে তৈয়াৰী ফেইনালেৰেহে কৰা হ’ব। ৰাজ্যখনৰ পশুপালন মন্ত্ৰী প্ৰেম সিং পেটেলে চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনাই কয় যে ইয়াৰ দ্বাৰা জনতাই গো-মূত্ৰ ফেইনালৰ ফেক্টৰী খোলাৰ বাবে উৎসাহিত হ’ব। এতিয়া লোকসকলে গাখীৰ দিবলৈ এৰাই গৰুকো পথত ঘূৰি-ফুৰিবলৈ এৰি নিদিব। ইয়াৰ জৰিয়তে মধ্যপ্ৰদেশৰ গৰুৰ অৱস্থা উন্নত হ’ব। শিৱৰাজ চৰকাৰৰ এই আদেশৰ পাছত তীব্ৰ চর্চা হৈছে ছ’চিয়েল মিডিয়াত। চৰকাৰ এই সিদ্ধান্তক একাংশই সমর্থন কৰিছে আৰু একাংশই কৰিছে তীব্ৰ বিৰোধিতা। বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে এক টুইটত শিৱৰাজ চৰকাৰক ‘গো-মূত্ৰ চৰকাৰ’ বুলিও উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cow
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই
বিনোদন

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

July 20, 2026
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

July 20, 2026
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

July 20, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
SBIৰ লাকুৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

SBIৰ লাকুৱা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ৰাজ্যৰ মডেলিং টেলেণ্ট ৰূপে উদ্ভাসিত বৰপথাৰৰ যুৱক লোকেন্দ্ৰ সিং

ৰাজ্যৰ মডেলিং টেলেণ্ট ৰূপে উদ্ভাসিত বৰপথাৰৰ যুৱক লোকেন্দ্ৰ সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.