• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশা সাৰে থাকি ফুটবল উপভোগ কৰা উচিতনে? কি কয় চিকিৎসকে?

হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশা সাৰে থাকি ফুটবল উপভোগ কৰা উচিতনে? কি কয় চিকিৎসকে?

4 years ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

3 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

4 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

4 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

5 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

5 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

6 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

7 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

8 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

9 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

9 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

10 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশা সাৰে থাকি ফুটবল উপভোগ কৰা উচিতনে? কি কয় চিকিৎসকে?

editor by editor
December 15, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশা সাৰে থাকি ফুটবল উপভোগ কৰা উচিতনে? কি কয় চিকিৎসকে?
0
SHARES
885
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফুটবলপ্ৰেমীৰ দুচকু এতিয়া কেৱল মাত্ৰ ফিফা বিশ্বকাপত। চেমিফাইনেলত জয়লাভ কৰি ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰিছে। আৰ্জেণ্টিনাৰ সৈতে ফাইনেলত মুখামুখি হ’ব ফ্ৰান্স। ১৮ তাৰিখে হ’ব লগা ফাইনেল খেলখন চাবলৈ উদগ্ৰীৱ হৈ আছে বিশ্ব ফুটবলপ্ৰেমী জনতা। কিন্তু এই খেলৰ সৈতে স্বাস্থ্যজনিত দিশটোও বিশেষবাৱে জড়িত হৈ আছে। ৬০ৰ উৰ্ধৰ একোজন ব্যক্তিয়ে খেল চোৱাটো স্বাস্থ্যসন্মতনে? যিসকল লোকৰ হৃদৰোগৰ সমস্যা আছে, তেওঁলোকে এই উত্তেজনাপূৰ্ণ ফুটবল মেচ উপভোগ কৰিলে শৰীৰত কেনেদৰে প্ৰভাৱ পৰিব পাৰে?

২০০৬ চনত হোৱা বিশ্বকাপত চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। সমীক্ষাত প্ৰকাশ হোৱা অনুযায়ী বিশ্বকাপ চলি থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হোৱা লোকৰ সংখ্যা ৯ শতাংশলৈ বাঢ়ি গৈছিল। এই সমীক্ষা অনুযায়ী যিসকলে বিশ্বকাপৰ খেল চাই থকাৰ সময়ত হৃদযন্ত্ৰত সমস্যা অনুভৱ কৰে সেইসকলৰ বেছিসংখ্যকেই ৬০ ৰ উৰ্ধৰ ব্যক্তি।

২০০৬ৰ বিশ্বকাপৰ সময়ত জাৰ্মানীত চলা সমীক্ষামতে, বিশ্বকাপ চলি থকাৰ সময়ত হাস্পতালত ভৰ্তি হোৱা আধাসংখ্যক ৰোগীয়েই হৃদৰোগত আক্ৰান্ত হৈছিল। হৃদযন্ত্ৰৰ সমস্যা থকা ব্যক্তিয়ে খেল চোৱাৰ সময়ত সতৰ্ক হোৱাটো খুবেই গুৰুত্বপূৰ্ণ। নিশা সাৰে থাকি খেল উপভোগ কৰিলে শৰীৰত প্রভাৱ পৰিব পাৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে কমেও ৮ঘণ্টা সময় টোপনি যোৱাটো খুবেই প্ৰয়োজনীয়।

খেল উপভোগ কৰাৰ সময়ত এইকেইটা দিশত নজৰ দিয়ক

খেল চাই থকাৰ সময়ত কোনোধৰণৰ চানাজাতীয় খাদ্য সেৱন কৰিব নালাগে।
এটা ঠাইত বহি বহুসময় খেল উপভোগ নকৰিব। মাজে মাজে এপাক উঠি খোজ দিব।
খেল চোৱাৰ সময়ত মদ্যপান নকৰিব।
প্ৰিয় দল হাৰি গ’লে খং নকৰিব। এটা কথা মনত ৰখাৰ প্ৰয়োজন যে খেলত হৰা-জিকা থাকেই, ইয়াৰ বাবে শৰীৰত প্ৰভাৱ পেলোৱা কাম কৰা উচিত নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
Next Post
প্ৰতিটো ধৰ্মই এটা ৰং বাছনি কৰিছে, কিন্তু ৰঙৰ কোনো ধৰ্ম নাই, বিতৰ্ক কৰাসকললৈ প্ৰত্যুত্তৰ দীপিকাৰ…

প্ৰতিটো ধৰ্মই এটা ৰং বাছনি কৰিছে, কিন্তু ৰঙৰ কোনো ধৰ্ম নাই, বিতৰ্ক কৰাসকললৈ প্ৰত্যুত্তৰ দীপিকাৰ...

এমবাপে নে লিয়োনেল মেচি! গল্ডেন বুট জিলিকিব কাৰ দুভৰিত?

এমবাপে নে লিয়োনেল মেচি! গল্ডেন বুট জিলিকিব কাৰ দুভৰিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.