• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

4 months ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

28 minutes ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

55 minutes ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

1 hour ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

2 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

2 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

4 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

4 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

6 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

7 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

7 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ'ব দাম্পত্য জীৱন!

editor by editor
May 30, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
0
SHARES
34
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বামী-স্ত্ৰীৰ সম্পৰ্ক সাধাৰণ নহয়! এখন সংসাৰ গঢ়িবলৈ স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি থকাটো অত্যন্ত জৰুৰী। বিবাহৰ এমাহ বা দুমাহ পিছতে বহু সম্পৰ্ক দুৰ্বল হ’বলৈ ধৰে। বিবাহৰ পিছত সম্পৰ্কত দুৰত্ব বঢ়াৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে। বহুতৰ সম্পৰ্কত প্ৰেমৰ অভাৱ হয়, আন বহুতৰ সম্পৰ্কত বুজাবুজিৰ অভাৱ হ’ব পাৰে। কিন্তু কিছুমান টিপছ অনুসৰণ কৰিলে আমাৰ দাম্পত্য জীৱন সুখী কৰিব পাৰো। আজি তেনে বিষয়ে এই লেখাটোত আলোচনা কৰিবলৈ ওলাইছো।

  1. ব্যায়াম : সম্পৰ্কত ইজনে সিজনক সময় দিব নোৱাৰাৰ বাবে দূৰত্ব বাঢ়ি যায়। বহুতে এতিয়া নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ কম বেছি পৰিমাণে ব্যায়াম কৰে। ব্যায়ামৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যও উন্নত হ’ব আৰু ইজনে সিজনৰ লগত সময় কটাব পাৰিব। যদি আপুনি ব্যায়ামৰ বাবে সময় নাপায়, তেন্তে ৰাতিৰ আহাৰ খোৱাৰ পিছত আপোনাৰ সংগীৰ সৈতে দহ মিনিট খোজ কাঢ়িব, সেয়াও উপকাৰী হ’ব।
  2. দিনৰ কোনোবা এটা সময়ত একেলগে খোৱা : ব্যস্ত জীৱনত খাদ্য খোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। কৰ্মস্থলীত থাকিলে একেলগে বহি খাদ্য খোৱাৰ সময় পোৱা নাযায়। অৱশ্যে সম্পৰ্ক উন্নত কৰিবলৈ অন্ততঃ ৰাতিৰ আহাৰ একেলগে খাবলৈ চেষ্টা কৰক। একেলগে খাদ্য গ্ৰহণ কৰিলে ইজনে সিজনৰ লগত সময় কটাব পাৰিব আৰু নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰিব পাৰিব।
  3. ইজনে সিজনৰ কামৰ প্ৰশংসা : সকলোৱে নিজৰ প্ৰশংসা শুনি ভাল পায়। আৰু যেতিয়া আপোনাৰ সংগীয়ে আপোনাৰ কামৰ প্ৰশংসা কৰে তেতিয়া আৰু ভাল লাগে। প্ৰতিদিনে আপোনাৰ সংগীৰ সৰু সৰু কামৰ প্ৰশংসা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি মৰম বাঢ়িব।
  4. স্পৰ্শ : প্ৰতিদিনে ইজনে সিজনক স্পৰ্শ কৰি আপোনাৰ বিবাহ জীৱনত সুখ কঢ়িয়াই আনিব। যৌন সম্পৰ্ক নকৰিলেও সংগীৰ হাতত ধৰি সাৱটি ধৰা, মৰমেৰে চুমা খোৱা আদিও সুখৰ সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ।
  5. নিশা শোৱাৰ পূৰ্বে সংঘাত সমাধান কৰা : সম্পৰ্কত সংঘাত আৰু অশান্তি স্বাভাৱিক। কিন্তু বৈবাহিক বিবাদৰ পৰা হাত সাৰিবলৈ ৰাতি শুই উঠাৰ আগতে সংঘাত সমাধান কৰক। প্ৰয়োজন হ’লে ইজনে সিজনৰ লগত সমস্যাবোৰৰ বিষয়ে কথা পাতক। খঙত ইজনে সিজনৰ লগত কথা পতা বন্ধ নকৰিব, কিয়নো ইয়াৰ ফলত সম্পৰ্কৰ ক্ষতি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
Next Post
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ'ল সোণাক্ষীৰ?

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.