• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

2 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

4 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

5 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

6 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

6 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

8 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

8 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

10 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

10 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

editor by editor
May 2, 2024
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

বিশ্বজুৰি তোলপাৰ লগোৱা কোভিশ্বীল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা সদৰি হোৱাৰ পাছতে এইবাৰ ভাৰতত প্ৰস্তুত হোৱা কোভেক্সিনৰ ফালৰ পৰা আহিছে মন্তব্য। কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ কোভেক্সিন প্ৰস্তুত কৰা ভাৰত বায়’টেকে এই ভেকচিনৰ সুৰক্ষা সন্দৰ্ভত জনস্বাৰ্থত এক নিজাকৈ বিবৃতি প্ৰকাশ কৰিছে।

ভাৰতৰ এষ্ট্ৰোজেনেকা (EstroZeneca) আৰু কোভিশ্বীল্ড (Covishield) ৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ পিছত কোভেক্সিন (Covaxin) প্ৰস্তুত কৰা কোম্পানী ভাৰত বায়’টেকে দাবী কৰে যে তেওঁলোকৰ ক’ৰ’ণা ভেকচিনৰ পৰা তেজ জমা হোৱা, থ্ৰম্ব’চাইট’মেনিয়া, টিটিএছ, ৱাইটিটি, পেৰিকাৰ্ডিটিছ, মায়’কাৰ্ডিটিছ আদিৰ কোনো আশংকা নাই।

ভাৰত বায়’টেকে কয় যে তেওঁলোকৰ বাবে সুৰক্ষাই প্ৰথম স্থান লাভ কৰে। কোম্পানীটোৱে লগতে ইয়াকো কয় যে কোভাক্সিনেই একমাত্ৰ ভেকচিন, যি ভাৰতত পৰীক্ষা কৰা হৈছিল।

উল্লেখযোগ্য যে বুধবাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত এখন চিকিৎসা বিশেষজ্ঞ সমিতি গঠন কৰি কোভিশ্বিল্ড ভেকচিনৰ যিকোনো সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া আৰু বিপদজনক কাৰকৰ তদন্ত কৰিবলৈ অনুৰোধ জনোৱা হয়।

আবেদনখনত উল্লেখ কৰা অনুসৰি ব্ৰিটেইনৰ মুখ্য কাৰ্যালয় থকা ফাৰ্মাচিউটিকেল কোম্পানী ‘এষ্ট্ৰাজেনেকা’ই কয় যে তেওঁলোকৰ কভিড-১৯ৰ ভেকচিনৰ ফলত প্লেটলেটৰ সংখ্যা কম হোৱাৰ লগতে অতি বিৰল ক্ষেত্ৰত তেজ জমা হ’ব পাৰে। এই ভেকচিন ভাৰতত কোভিশ্বীল্ড (Covishield) নামেৰে অনুজ্ঞাপত্ৰৰে প্ৰস্তুত কৰা হৈছিল।

অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা আৱেদনত কেন্দ্ৰক অনুৰোধ জনাইছে যে যিসকল গুৰুতৰভাৱে অক্ষম বা যিসকল কভিড (Covid) ৰ সময়ত প্ৰয়োগ কৰা ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়াৰ বাবে মৃত্যুমুখত পৰিছে তেওঁলোকক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিব লাগে।

ইয়াৰ দাবী যে এষ্ট্ৰাজেনেকাই ভেকচিন আৰু থ্ৰম্ব’ছিছৰ মাজত থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰমৰ সৈতে সম্পৰ্ক স্বীকাৰ কৰিছে, যিটো চিকিৎসাজনিত অৱস্থাৰ বৈশিষ্ট্য হৈছে প্লেটলেটৰ মাত্ৰা অস্বাভাৱিকভাৱে কম হোৱা আৰু তেজৰ গোট গঠন হোৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: corona vaccinecorona viruscovaxincovishieldEstroZenecavaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
Next Post
কুণ্ডলীত কি গ্ৰহৰ দোষ হ’লে প্ৰেমত প্ৰতাৰণাৰ সন্মুখিন হয় লোক

কুণ্ডলীত কি গ্ৰহৰ দোষ হ'লে প্ৰেমত প্ৰতাৰণাৰ সন্মুখিন হয় লোক

দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.