মৃত্যুৰ শংকাত কম্পমান হৈ থকাৰ সময়ত কেইটামান ভাল খবৰ। কম সময়ত নিয়ন্ত্ৰণলৈ আহিব কোভিড! ওড়িশাৰ অক্সিজেনেৰে বাচিব দেশ। মে’ৰ শেষলৈ ভাৰতত কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ সম্ভাৱনা।