• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত

পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত

1 year ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

14 minutes ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

33 minutes ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

1 hour ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

1 hour ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

2 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

2 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

3 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

4 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

5 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

5 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত

editor by editor
May 19, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত

পুনৰ লকডাউন সদৃশ পৰিস্থিতি আহিব নেকি বিশ্বত। কাৰণ পুনৰ গা কৰি উঠিছে কভিড-১৯ ভাইৰাছ। ইতিমধ্যে হংকং আৰু ছিংগাপুৰত ই দ্ৰুত গতিত বিয়পিব ধৰিছে ।

হংকঙতেই বৰ্তমানে কভিডত আক্ৰান্ত হৈছে এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ ১৪,২০০ লোক। আনহাতে নতুন হটস্পটলৈ পৰিণত হৈছে ছিংগাপুৰ। দেশখনৰ মুঠ জনসংখ্যাৰ ২৮ শতাংশ লোক কভিডত আক্ৰান্ত।

এতিয়া ই ভাৰতলৈয়ো আহিছে। বলীউডৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী, বৰ্তমানে টিভি জগতৰ জনপ্ৰিয় তথা বিগ বছ ফেম শিল্পা শিৰোডকাৰ কভিড ১৯ ত আক্ৰান্ত বুলি ধৰা পৰিছে। ইয়াৰ বাহিৰে ২৫৭ টা এক্টিভ কেছ ভাৰতত পোহৰলৈ আহিছে।

মহামাৰীৰ আৰম্ভণিৰ পৰাই ৪৫ কোটিৰো অধিক লোক আক্ৰান্ত হৈছে, ইয়াৰে ৫.৩৩ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ২২০ কোটি লোকক (দুটা-তিনিটা ড’জ) ক’ৰ’ণা প্ৰতিৰোধৰ বাবে টিকাকৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: corona virusCoronscovid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
ভাৰতৰ সৈতে শত্ৰুতা কৰি মহাবিপদত পাকিস্তান, এইবাৰ খাদ্য সংকট

ভাৰতৰ সৈতে শত্ৰুতা কৰি মহাবিপদত পাকিস্তান, এইবাৰ খাদ্য সংকট

সাৱধান! ভাৰততো আৰম্ভ কভিড মৃত্যুৰ কিৰিলি, হংকং-ছিংগাপুৰৰ পাছত দেশতো কেন্দ্ৰৰ এলাৰ্ট

সাৱধান! ভাৰততো আৰম্ভ কভিড মৃত্যুৰ কিৰিলি, হংকং-ছিংগাপুৰৰ পাছত দেশতো কেন্দ্ৰৰ এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.