ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা। ন ন কৌশলেৰে চোৰাং গৰু সৰবৰাহ। মহানগৰীৰ বশিষ্ঠত জব্দ গৰুভৰ্তি ট্ৰাক। লামডিঙত গৰু জব্দ, গৰুচোৰ আটক।