• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী

মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী

2 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

8 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

45 minutes ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

2 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

4 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী

মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী

editor by editor
October 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৰ্মান্তিক দুৰ্ঘটনাত এম্বুলেন্সতেই মৃত্যু হ’ল ৰোগীৰ৷ ঘটনাটো ঘটিছে কেৰালাৰ কোট্টায়ামত৷ জনা গৈছে মৃতকৰ নাম পি কে ৰাজু, বয়স ৬৫বছৰ৷ ঘটনাক সময়ত তেওঁক এম্বুলেন্সত লৈ স্থানীয় চৰকাৰী হাস্পতাললৈ লৈ যোৱা হৈছিল৷ যোৱাৰ পথতেই পোনকুন্নামত দুৰ্ঘটনাৰ কবলত পৰে এম্বুলেন্সখন৷

ৰাস্তাৰ কাষত থকা এটা বিল্ডিঙত গৈ খুন্দা মাৰে এম্বুলেন্সখনে৷ লগে লগেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷ গুৰুতৰভাৱে আহত অৱস্থাত ৰোগীক অন্য এখন এম্বুলেন্সেৰে মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়৷ দুৰ্ঘটনাগ্ৰস্থ এম্বুলেন্সখনত আছিল ৰোগী ৰাজুৰ ওপৰিও তেওঁৰ পত্নী আৰু এগৰাকী নাৰ্ছ৷ দুৰ্ঘটনাত প্ৰত্যেকেই আহত হৈছে৷ ইতিমধ্যেই মৃত ৰাজুৰ দেহ মৰোণোত্তৰৰ পাছত পত্নীক চমজাই দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

অপেক্ষা মাত্ৰ ৩-৪ বছৰৰ, ভাৰতৰ আকাশত আক্ৰমণ কৰিলেই মুহূৰ্তত ধ্বংস হ’ব শত্ৰুৰ মিছাইল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.