• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ

অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ

8 months ago
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

10 hours ago
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

11 hours ago
ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

12 hours ago
ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

12 hours ago
১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

13 hours ago
সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

14 hours ago
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

14 hours ago
জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

15 hours ago
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

1 day ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 day ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

1 day ago
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ

editor by editor
October 27, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত আৰক্ষীৰ হাতত কোটি কোটি টকা লৈ পলায়ন কৰা ডি বি ষ্টকৰ দীপাংকৰ

অৱশেষত মহানগৰ আৰক্ষীৰ হাতত ধৰা পৰিল কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ডি বি ষ্টৰ স্বত্বাধিকাৰী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মণ।

গোৱাৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক দীপাংকৰক।

বিগত দুটা মাহে ধৰি পলাই আছিল দীপাংকৰ।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি গোৱাৰ পানজিমত আত্মগোপন কৰি আছিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ।

ডি বি ষ্টকৰ নামত বহু লোকৰ পৰা লাখ লাখ টকা লৈ হাজাৰ কোটি কৰি বৃহৎ কেলেংকাৰীৰ জাল মেলিছিল দীপাংকৰে।

বিগত ৬৬ দিনৰ পাছত পালতক দীপাংকৰ আৰক্ষীৰ হাতত ধৰা পৰে।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি ডি বি ষ্টকৰ নামত ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰিছিল দীপাংকৰ বৰ্মণে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: D B Staock . AssamDipankar barmanTradding GroupTrading
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?
অপৰাধ

‘মাত্ৰ এইকেইটা প্ৰশ্নৰ উত্তৰ সোনমৰ পৰা জানিব খোজো’, ৰাজা ৰঘুবংশীৰ মাতৃয়ে কি কথা জানিব বিচাৰিছে সোনমৰ পৰা?

June 20, 2025
I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?
অসম

I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

June 17, 2025
কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য
অপৰাধ

কেৱল ৰাজাই নহয়, হত্যাৰ পৰিকল্পনা আছিল অইন এগৰাকী নাৰীকো! মুখামুখি জেৰাত আৰক্ষীৰ সন্মুখত কি কি কৈছে ৰাজে? আৰক্ষীয়ে দিছে কেইবাটাও তথ্য

June 13, 2025
সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ
অসম

সোনম নহয়, অন্যহে ঘটনাৰ মাষ্টাৰমাইণ্ড, এবাৰ দুবাৰ নহয় ৪বাৰকৈ ৰচিছিল ষড়যন্ত্ৰ

June 13, 2025
Next Post
চলন্ত ট্ৰেইনত হঠাতে অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে যাত্ৰীয়ে

চলন্ত ট্ৰেইনত হঠাতে অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে যাত্ৰীয়ে

দেৱালীৰ পূৰ্বে টকাৰ বৰষুণ হ’ব ৩ ৰাশিৰ জীৱনত, শুক্ৰ গ্ৰহই কৰিব মালামাল

দেৱালীৰ পূৰ্বে টকাৰ বৰষুণ হ'ব ৩ ৰাশিৰ জীৱনত, শুক্ৰ গ্ৰহই কৰিব মালামাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.