• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

3 weeks ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

1 hour ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

3 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

4 hours ago
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

5 hours ago
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

6 hours ago
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

8 hours ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

editor by editor
April 21, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দৈনিক ৩০০ টকা বিনিয়োগ কৰিব লাগে নে মাহিলী ৯ হাজাৰ টকাৰ SIP? বহু বিনিয়োগকাৰীৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে দুয়োটা একে পৰিমাণৰ বিনিয়োগ (৩০০ × ৩০ = ৯,০০০), কিন্তু পদ্ধতিৰ পাৰ্থক্যৰ বাবে ৰিটাৰ্ণৰ কিছু তাৰতম্য হ’ব পাৰে।
এই দুটা পদ্ধতি কেনেকৈ পৃথক?
দৈনিক ৩০০ টকাৰ এছ আই পিঃ প্ৰতিদিনে সামান্য ধন বিনিয়োগ কৰা হয়। বজাৰৰ উঠা-নমাৰ সৈতে এই বিষয়টো যুক্ত৷ অস্থিৰ বজাৰে বিপদ বঢ়াই আৰু বজাৰ স্থিৰ হৈ থকা মানেই বিপদৰ কাৰণ নাই৷
মাহিলী ৯ হাজাৰ টকাৰ SIP
একেলগে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো বহুতৰে বাবে কষ্টকৰ হয়। সেয়ে বহুতে প্ৰতিদিনে ৩০০ টকীয়া বিকল্প চিলেক্ট কৰি লয়৷ বাস্তৱৰ দীৰ্ঘম্যাদীভাৱে লাভৰ পাৰ্থক্য বেছি নহয় কাৰণ দুয়োটা ক্ষেত্ৰতে মুঠ বিনিয়োগ প্ৰায় একে। কিন্তু বজাৰত যদি বহুত উঠা-নমা হয়, তেন্তে ডেইলী এছ আই পিয়ে অলপ বেছি সুবিধা দিব পাৰে। সুস্থিৰ বজাৰ থাকিলে মাহেকীয়া এছ আই পিয়েও সমানে ভাল ৰিটাৰ্ণ দিব পাৰে।
বিত্তীয় বিশেষজ্ঞসকলৰ মতে এছ আই পিৰ প্ৰকৃত শক্তি হৈছে নিয়মীয়া বিনিয়োগ আৰু দীৰ্ঘম্যাদীতা৷ দৈনিক হওক বা মাহত এবাৰ হওক, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ধাৰাবাহিকতা বজাই ৰখা। যদি আপুনি একেলগে ধন দিবলৈ অসুবিধা পায় তেন্তে আপুনি দৈনিক এছআইপি বাছনি কৰিব পাৰে।
দুয়োটা পদ্ধতিয়েই ভাল। কিন্তু বেছিভাগ সাধাৰণ বিনিয়োগকাৰীৰ বাবে মাহেকীয়া এছ আই পি আটাইতকৈ সুবিধাজনক আৰু ফলপ্ৰসূ। আৰু যদি আপুনি বজাৰৰ উঠা-নমাৰ অধিক সুবিধা ল’ব বিচাৰে তেন্তে আপুনি Daily SIP চেষ্টা কৰিব পাৰে। মূল কথাটো হ’ল, আপুনি যিয়েই নহওক কিয়, নিয়মিতভাৱে বিনিয়োগ কৰি থাকিলে দীৰ্ঘম্যাদীভাৱে অধিক সম্পদ গঢ়ি তোলাত সহায়ক হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই
জীৱনশৈলী

May 15, 2026
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?
জীৱনশৈলী

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

May 15, 2026
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক
জীৱনশৈলী

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

May 15, 2026
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

May 15, 2026
Next Post
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন