• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

2 years ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

46 seconds ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

50 minutes ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

2 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

2 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

15 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

16 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

17 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

17 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

18 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

18 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

editor by editor
June 19, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব

মেষ ৰাশি-
মেষ ৰাশিৰ বাবে আজি​এটা ভাল দিন হ’ব। অফিচত দিনটো বহুত ভাল হ’ব, আপোনাৰ বছেও আপোনাৰ কামৰ বহুত প্ৰশংসা কৰিব। স্বাস্থ্য ভালে থাকিব। জীৱন সংগীৰ সৈতে কোনোবা ভাল ঠাইলৈ যাব পাৰে, আপোনাৰ যাত্ৰা অতি সুখদায়ক হ’ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। ব্যৱসায়ৰ লগত জড়িত সকলে ভাল খবৰ পাব।

বৃষ ৰাশি
আজিয়েই কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব। ইয়াত আপুনি সফলতা লাভ কৰিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। চিনাকি এজনৰ সহায়ত এটা ডাঙৰ কাম সম্পূৰ্ণ হ’ব। কাৰ্যালয়ত সকলোৰে পৰা প্ৰশংসা লাভ কৰিব। ৰৈ থকা কাম সম্পূৰ্ণ হৈ উঠিব।

মিথুন ৰাশি
আজি মিশ্ৰিত দিন হ’ব। পৰিয়াল বা বন্ধু-বান্ধৱীৰ কাৰোবাৰ আচৰণে আপোনাৰ হৃদয়ত আঘাত দিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। গাড়ী চলোৱাৰ সময়ত সাৱধান। ব্যৱসায়ত হাত দিব পাৰে। ভৱিষ্যতে লাভৰ মুখ দেখিব।

কৰ্কট ৰাশি-
ব্যৱসায়ীসকলৰ বাবে আজি বিশেষ দিন। পূৰণি কোনো ডাঙৰ সমস্যাৰ সমাধাম হব। সমাজত মান-যশ বৃদ্ধি পাব। নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। শিক্ষাৰ্থী সকলৰ ভাল দেখা যায় আজিৰ দিনটোত।

সিংহ ৰাশি
স্বাস্থ্যৰ প্ৰতি অসাৱধান নহব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ব্যৱসায়ত আপোনাৰ অংশীদাৰসকলক অন্ধভাৱে বিশ্বাস নকৰিব। পৰিয়ালত সুখৰ সংবাদে সকলোৰে মন প্ৰফুল্লিত কৰি তুলিব।

কন্যা ৰাশি
আজি মনটো বিচলিত হৈ থাকিব পাৰে। খং নিয়ন্ত্ৰণ কৰক। নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ব্যৱসায়ত লোকচান হ’ব পাৰে। কোনো ডাঙৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে। পৰিয়ালত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা। স্বাস্য্ৰ ক্ষেত্ৰ সাৱধানে থাকক।

তুলা ৰাশি
বিগত কিছুদিন ধৰি চলি থকা সম্পত্তি সম্পৰ্কীয় আলোচনা আজি সম্পূৰ্ণ হ’ব। অনাগত দিনত বিনিয়োগে বৃহৎ লাভ কঢ়িয়াই আনিব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা পাব।

বৃশ্চিক ৰাশি
আজিয়েই কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। ভাল ফলাফল লাভৰ যোগ । বিয়াৰ প্ৰস্তাৱ পাব পাৰে। পৰিয়ালত শুভ কামৰ পৰিকল্পনা কৰিব পাৰে। কোনো চিনাকি বা আত্মীয়ৰ পৰা কোনো বিষয়ত ভাল খবৰ লাভ কৰিব।

ধনু ৰাশি
ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। বিগত কিছুদিন ধৰি বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনাৰ বিৰুদ্ধে আহিব পাৰে। আপোনাৰ কথা বতৰাত সংযম ৰাখক। আপোনাৰ ব্যৱহাৰে কাৰোবাৰ মনত আঘাত দিব পাৰে।

মকৰ ৰাশি
আজি আপুনি পৰিয়ালৰ সৈতে এক দীঘলীয়া যাত্ৰা কৰিব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা সকলে ভাল লাভৰ মুখ দেখিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

কুম্ভ ৰাশি
আজি হ’ব সুখেৰে ভৰা দিন। মানসিক চাপৰ অন্ত পৰিব। নতুন বাহন কিনাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল হ’ব। চুবুৰীয়াৰ লগত বিবাদ হব পাৰে। ভাষণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আজি কোন ডাঙৰ কামৰ পৰিকল্পনা কৰিব পাৰে, সফলতা লাভ কৰিব।

মীন ৰাশি
যোৱা কিছুদিন ধৰি চলি থকা যিকোনো পাৰিবাৰিক সমস্যা আজি শেষ হ’ব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক। মনটো হয়তো কিবা এটা বিষয়ত চিন্তিত হৈ থাকিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 19 June19 June 2024Dailyu Horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

May 24, 2026
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

May 24, 2026
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

May 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

May 24, 2026
Next Post
অতিকে শোকাৱহ, কৰিমগঞ্জত একেটা পৰিয়ালৰে ৫ জন নিহত

অতিকে শোকাৱহ, কৰিমগঞ্জত একেটা পৰিয়ালৰে ৫ জন নিহত

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰিছিল, পাছে পেকেট খোলাৰ পূৰ্বেই পেকেটৰ পৰা ওলাই আহিল ভয়ংকৰ..ভিডিঅ’ ভাইৰেল

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰিছিল, পাছে পেকেট খোলাৰ পূৰ্বেই পেকেটৰ পৰা ওলাই আহিল ভয়ংকৰ..ভিডিঅ' ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.