• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

2 years ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

12 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

15 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

editor by editor
August 27, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে
0
SHARES
745
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল- কেনে যাব আজিৰ দিনটো, শশা যোগৰ বাবে সুফল পাব বৃষ, সিংহ, বৃশ্চিক, কুম্ভ ৰাশিৰ লোকে

মেষ ৰাশি
আজি কোনো বিশেষ জ্ঞানী মানুহৰ সৈতে আপোনাৰ দেখা হ’ব৷ জ্ঞানী লোকৰ পৰা জ্ঞান আহৰণো কৰিব পাৰে৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ মেনেজমেণ্টৰ প্ৰশংসা পাব৷ শত্ৰুপক্ষই আপোনাৰ মনোবল ভঙাৰ চেষ্টা কৰিব পাৰে, কিন্তু কাণ নিদি নিজৰ কামত আগুৱাই যাওক৷ আজি আৰ্থিকভাৱে লাভৱান হ’ব মেষ ৰাশিৰ জাতক-জাতিকা৷

বৃষ ৰাশি
বৃষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো স্মৰণীয় হ’ব পাৰে। জীৱনত হঠাৎ ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। কেৱল দৈনন্দিন সমস্যাৰ সমাধান পোৱাই নহয়, আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ব্যৱসায়ৰ উত্থান হ’ব পাৰে, বৃহৎ লাভৰ আশা কৰা হৈছে। কাৰ্যালয়ত কাম কৰা লোকৰ সন্মান বাঢ়িব।

মিথুন ৰাশি
মঙ্গলা গৌৰী ব্ৰতত বৰিয়ান যোগৰ প্ৰভাৱত আজি হঠাৎ অৰ্থলাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতক-জাতিকাই৷ ব্যৱসায়িক যাত্ৰাত লাভৱান হ’ব আপুনি৷ ব্যৱসায়ত উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব পাব পাৰে৷ পৰিয়ালক নিজৰ কাষত পাব৷ সকলো কামতে এনাৰ্জি থাকিব আপোনাৰ৷

কৰ্কট ৰাশি
হনুমানৰ কৃপাত কৰ্কট ৰাশিৰ লোকৰ জীৱনৰ বহু সমস্যা সমাধান হ’ব। ধন-সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন কিন্তু স্থায়ী আয়ৰ উৎসৰ সৃষ্টি হ’ব। জীৱনত স্থিৰতা থাকিব। ব্যক্তিগত চাকৰিত নিয়োজিত লোকসকলে কামৰ বোজাৰ পৰা সকাহ পাব পাৰে।

সিংহ ৰাশি
এই ৰাশিৰ লোকসকলে আজি তেওঁলোকৰ পাৰিবাৰিক জীৱনত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় বজাই ৰাখিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা উত্তেজনা আজি সমাধান হ’ব। আজি আপুনি এগৰাকী মহিলা বন্ধু বা আত্মীয়ৰ পৰা লাভ আৰু সমৰ্থন লাভ কৰিব।

কন্যা ৰাশি
নতুন মাটি ক্ৰয়ৰ সপোন থাকিলে এই সময়ত পূৰ্ণ হ’ব৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলে সফল হ’ব৷ কোনো গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব কিন্তু সফল নহয়৷ ব্যৱসায়ত বিশেষ উন্নতি কৰাৰ যোগ আছে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

তুলা ৰাশি
যিকোনো গুৰুত্বপূৰ্ণ কাম আজি পিতৃৰ সহায়ত সম্পূৰ্ণ হ’ব। যদি ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বিবাদ চলি আছে, তেন্তে আজি এই কথাটো সমাধান কৰিব পৰা যাব। বন্ধু-বান্ধৱীৰ পৰাও আজি সহযোগিতা লাভ কৰিব। যিসকল ৰাজনীতি আৰু সামাজিক খণ্ডৰ লগত জড়িত, তেওঁলোকৰ প্ৰভাৱ আৰু সন্মান আজি বাঢ়িব, আনকি আপোনাৰ বিৰোধীয়েও আজি আপোনাক প্ৰশংসা কৰিব পাৰে।

বৃশ্চিক ৰাশি
কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে বৃশ্চিক ৰাশিৰ লোকে৷ হনুমানৰ আশীৰ্বাদত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব৷ আপুনি নিজৰ পছন্দমতে মাটি  ক্ৰয় কৰিব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দেৰে দিনটো কটাব৷ বিনিয়োগৰ পৰা লাভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷

ধনু ৰাশি
ধনু ৰাশিৰ বাবে আজি এক সুখকৰ দিন হ’ব। প্ৰেম জীৱনত আজি প্ৰেমিকৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। আজি শিশুৰ সৈতে মনোৰঞ্জনমূলক মুহূৰ্ত কটাব। আজি আপুনিও আগবাঢ়ি আহিব লাগিব আত্মীয় এজনক সহায় কৰিবলৈ। যিসকলে ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে আজি তেওঁলোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব।

মকৰ ৰাশি
বজৰংবলীৰ আশীৰ্বাদত কোনো সুখবৰ পাব মকৰ ৰাশিৰ জাতকে৷ আপোনাৰ ঘৰত অতিথিৰ আগমণ হ’ব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব মকৰ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ পৰাও মোটা টকা লাভ কৰিব পাৰিব৷ ভাতৃৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ বাবে আজি এক সুখকৰ দিন হ’ব। ব্যৱসায়ত আজি লাভ পাব। আপুনি আজি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিব পাৰে। ব্যৱসায়ত আৱদ্ধ হৈ থকা আপোনাৰ সামগ্ৰী আজি মুকলি কৰিব পাৰিব। হনুমানৰ বিশেষ আশিৰ্বাদ থাকিব আজি।

মীন ৰাশি
মীন ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো স্মৰণীয় হ’ব পাৰে। জীৱনত হঠাৎ কিন্তু ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। কেৱল দৈনন্দিন সমস্যাৰ সমাধান পোৱাই নহয়, আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ব্যৱসায়ৰ প্ৰচণ্ড উত্থান হ’ব পাৰে, বৃহৎ লাভৰ আশা কৰা হৈছে। কাৰ্যালয়ত কাম কৰা লোকৰ সন্মান বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 27 August27 august 2024daily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
Next Post
মথুৰাৰ বিশেষ নান্দনিক দৃশ্য, নিশা ঠিক ১২ বজাৰ লগে লগে প্ৰকট ভগৱান কৃষ্ণ, চাওঁক ভিডিঅ’

মথুৰাৰ বিশেষ নান্দনিক দৃশ্য, নিশা ঠিক ১২ বজাৰ লগে লগে প্ৰকট ভগৱান কৃষ্ণ, চাওঁক ভিডিঅ'

৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ’ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ

৩৫ বছৰীয়া যুৱকৰ লোলুপ দৃষ্টিৰ পৰা হাত সাৰি নগ'ল ৪ বছৰীয়া কনমানি, আৰক্ষীৰ এ/ন/কা/উ/ণ্টা/ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.