• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..

এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

6 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

8 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

10 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

11 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

12 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..

editor by editor
April 30, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপ্ৰিল মাহৰ আজিৰ শেষৰটো দিন কিদৰে যাব, এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ, পঢ়ক দৈনিক ৰাশিফল..

মেষ ৰাশি
আজি অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। ভৱিষ্যতৰ বাবে সিদ্ধান্ত ল’ব পাৰিব, য’ত সফলতা লাভৰ যোগ দেখা যায়। আজি আপোনাৰ কোনো আত্মীয় বা বন্ধুৰ পৰা সহায় আশা নকৰিব। পৰিয়ালৰ কোনো এটা বিষয়ক লৈ মানুহে আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে।
শুভ সংখ্যা- ২
শুভ ৰং- সেউজীয়া

বৃষ ৰাশি
আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা অনুভৱ কৰিব। কিছুমান ডাঙৰ কামৰ বাবে চিন্তাম্বিত হৈ থাকিব পাৰে। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ নকৰিব। চাকৰিয়াল সকলৰ বাবে দিনটো মধ্যমীয়া।
শুভ সংখ্যা- ৮
শুভ ৰং- ৰঙা

মিথুন ৰাশি
আজি আপুনি আপোনাৰ সংগীৰ সৈতে নতুন কামৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে। সফলতা পাব। আজি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। কামত উন্নতি অনুভৱ কৰিব। মনটো উল্লাসিত হৈ থাকিব। স্বাস্থ্য ভাল।
শুভ সংখ্যা- ১
শুভ ৰং- বগা

কৰ্কট ৰাশি
আজি ফুৰিব যোৱাৰ সংযোগ ঘটিব। জ্যেষ্ঠ বিষয়াৰ লগত ব্যৱহাৰত নম্ৰ হওক, নহ’লে আপোনাৰ কৰ্মক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ আভ্যন্তৰীণ বিষয়ত নিজৰ মতামত পোনপটীয়াকৈ প্ৰকাশ নকৰিব। কথা-বতৰাৰ ক্ষেত্ৰত কিছু সাৱধান হওক।
শুভ সংখ্যা- ৭
শুভ ৰং-মেৰুণ

সিংহ ৰাশি
আজি পৰিয়াল বা ব্যৱসায়ৰ বাবে খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদি আপুনি আজি ব্যৱসায় বা চাকৰিত ডাঙৰ অফাৰ পায়, তেন্তে ভালদৰে বিবেচনা কৰিহে সিদ্ধান্ত লওক। আগবাঢ়ি যাবলৈ কিছুমান কথা আওকাণ কৰক।
শুভ সংখ্যা- ৯
শুভ ৰং- বগা

কন্যা ৰাশি
আজি এটা ভাল দিন হ’ব। আপোনাৰ মনত থকা যিকোনো পুৰণি পৰিকল্পনা হয়তো আজি সঁচা হ’ব। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। যিকোনো পুৰণি বিবাদ আজি সমাধান কৰিব পাৰিব। ব্যৱসায়ত ডাঙৰ লাভ পাব।
শুভ সংখ্যা- ৪
শুভ ৰং- গুলপীয়া

তুলা ৰাশি
আজি আপোনাৰ দক্ষতা বৃদ্ধি পাব। নিজৰ কামৰ প্ৰতি উৎসৰ্গিত দেখা যাব। কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ’ব, যি আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। আৱদ্ধ হৈ থকা ধন লাভ কৰাৰ সংযোগ। পৰিয়ালত অতিথিৰ আগমন।
শুভ সংখ্যা- ৬
শুভ ৰং- ৰঙা

বৃশ্চিক ৰাশি
আপুনি হয়তো আজি কিছু ভাল খবৰ পাব। ব্যৱসায়ৰ নতুন কামৰ সৈতে জড়িত হৈ থকা সকলৰ বাবে দিনটো ভাল। সমাজত আজি ভাল নাম গঢ়িব পাৰে। পত্নী আৰু সন্তানৰ স্বাস্থ্য সন্দৰ্ভত উদ্বেগ হ’ব।
শুভ সংখ্যা- ৩
শুভ ৰং- হালধীয়া

ধনু ৰাশি
আজিৰ দিনটোত কিছু সমস্যা দেখা যায়। কিছু লোকে স্বাস্থ্যৰ বাবে চিন্তিত হৈ থাকিব । পত্নীৰ সৈতে আভ্যন্তৰীণ মতানৈক্য বাঢ়ি অহা দেখা যাব। ব্যৱসায়ত আজি ডাঙৰ ডাঙৰ সিদ্ধান্ত নলব। ক’তো অন্ধভাৱে টকা বিনিয়োগ নকৰিব। লোকচানৰ সন্মুখীন হ’ব পাৰে।
শুভ সংখ্যা- ৭
শুভ ৰং- ২

মকৰ ৰাশি
আজি এটা সুন্দৰ দিন হ’ব। আৱদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত ডাঙৰ ডাঙৰ সম্পত্তিৰ চুক্তিও কৰিব পাৰে। আজি আৰ্থিকভাৱে ভাল দিন হ’বলৈ গৈ আছে। পৰিয়ালত সম্প্ৰীতিৰ অভাৱ হ’ব।
শুভ সংখ্যা- ১
শুভ ৰং- বগা

কুম্ভ ৰাশি
আজি কিছু নতুন কামৰ লগত জড়িত হৈ বাহিৰলৈ যাত্ৰা কৰিব পাৰিব। যিটো কামৰ বাবে আপুনি গৈ আছে তাত কিবা বাধা আহিব পাৰে। কিন্তু উদ্দেশ্য সম্পূৰ্ণ হোৱা যেন লাগিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল দেখা যায়।
শুভ সংখ্যা- ১
শুভ ৰং- ৰঙা

মীন ৰাশি
আজি এটা গুৰুত্বপূৰ্ণ দিন হ’ব। কিছুমান পুৰণি ডাঙৰ বিবাদ সমাধানত সফলতা লাভ কৰিব। আজি আপুনি আপোনাৰ জীৱনৰ বাবে বৃহৎ পৰিমাণৰ ধন জমা কৰিব পাৰিব, যাৰ ফলত আপোনাৰ ভৱিষ্যত সুৰক্ষিত হ’ব।
শুভ সংখ্যা- ৭
শুভ ৰং- নীলা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 30 Aprildaily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

দিল্লী উচ্চ ন্যায়ালয়ে ক’লে ডাঙৰ কথা, এতিয়া শীঘ্ৰেই ত্যাগ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসন

দিল্লী উচ্চ ন্যায়ালয়ে ক'লে ডাঙৰ কথা, এতিয়া শীঘ্ৰেই ত্যাগ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.