• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

2 years ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

8 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

43 minutes ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

12 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

13 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

13 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

14 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

15 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

editor by editor
April 30, 2024
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত
0
SHARES
683
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

ৰঙা চীনে সমগ্ৰ বিশ্বক উপহাৰ দিয়া কৰ’ণা ভাইৰাছৰ বাবে দুটাকৈ বৰ্ষ অথলে গ’ল বিশ্ববাসীৰ। সেই ভাইৰাছৰ প্ৰতিশেধক হিচাপে বজাৰলৈ আহিল বহু ঔষধো। পাছে কোনবিধ ঔষধ কিমান ফলপ্ৰসু। সেই বিষয়ে ভালদৰে পৰীক্ষা কৰাৰ পূৰ্বেই অগনন জনসাধাৰণে ল’লে প্ৰতিষেধক তথা ভেকচিন হিচাপে।

পাছে সেই ভেকচিনৰ নামত প্ৰতাৰণা কৰা হ’ল নেকি জনসাধাৰণৰ সৈতে। বিশ্বাসঘাট কৰিলে নেকি ঔষধ কোম্পানীবোৰে। এতিয়া নতুনকৈ পোহৰলৈ আহিছে তথ্য। কোভিডশীল্ড নামৰ ভেকচিন বিধৰ আছে পাৰ্শ্বক্ৰিয়া।

সেই ভেকচিন লোৱা লোকৰ শৰীৰত ধৰা পৰিছে পাৰ্শ্বক্ৰিয়া। প্ৰকাশ পোৱা তথ্য অনুসৰি – এইবিধ ভেকচিন লোৱাৰ ফলত মানৱ শৰীৰত তেজ গোট মৰাৰ সমস্যা ধৰা পৰিছে। অৱশ্যে ইয়াকো ঔষধ কোম্পানী এস্ট্ৰাজেনেকাই দাবী কৰিছে যে, এই পাৰ্শ্বক্ৰিয়া সকলো লোকৰ শৰীৰতে দেখা দিয়া নাই। কিছু সংখ্যকৰ ক্ষেত্ৰতহে দেখা দিছে।

ব্ৰিটেইনৰ এক ন্যায়ালয়ত এই বিষয় সন্দৰ্ভত অভিযোগ উত্থাপন হোৱাৰ পাছতে এস্ট্ৰাজেনেকা কোম্পানীৰ ফালৰ পৰা দাখিল কৰা দস্তাবেজত নিজেই স্বীকাৰ কৰিছে এই কথা। এই ঔষধৰ ফলত পাৰ্শ্বক্ৰিয়া হোৱা বুলি স্বীকাৰ কোম্পানীৰ। যাৰ পাছতে এতিয়া চিন্তাত পৰিছে সমগ্ৰ বিশ্বৰ অগনন লোক, যিয়ে কোভিডশীল্ড ভেকচিন গ্ৰহণ কৰিছিল।

তেজ গোট মৰাৰ ফলত এতিয়া অন্য বহু ৰোগে দেখা দিছে মানৱ শৰীৰত। তেজ গোট মৰাৰ বাবে ষ্ট্ৰোক হোৱা, হৃদক্ৰিয়া বন্ধ হোৱা আদি সমস্যাই গা কৰি উঠিছে। কেৱল সেয়ে নহয়, যি গৰাকী লোকে ইয়াৰ ওপৰত অভিযোগ উত্থাপন কৰিছে , জেমি ষ্টক নামৰ সেই গৰাকী লোকে ব্ৰেইন ডেমেজ হোৱাৰ সমস্যাত ভুগিছে।

কেৱল জেমি ষ্টকেই নহয় ব্ৰিটেইনৰ অন্য কেইবাটাও পৰিয়ালে ন্যায়ালয়ৰ কাষ চাপিছিল ভেকচিনবিধৰ বিৰুদ্ধে অভিযোগ তুলি। যি অভিযোগ এতিয়া কোম্পানীয়ে নিজেই স্বীকাৰ কৰিছে।

ভাৰততো গোচৰ তৰিব পাৰে বহু লোকে-
কোভিডৰ পিছত ভাৰততো এনে মৃত্যুৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছিল। য’ত মৃত্যুৰ কাৰণ স্পষ্টকৈ জানিব পৰা হোৱা নাছিল। ইয়াৰে অধিকাংশই কোনোবা নহয় কোনোবা শাৰীৰিক সমস্যাৰ সৈতে জড়িত আছিল।

ভাৰতৰ চৰকাৰ আৰু স্বাস্থ্য বিভাগে কোনোদিনে বিশ্বাস কৰা নাছিল যে Covid ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে এনেকুৱা হ’ব পাৰে। এতিয়া কোম্পানীটোৱে নিজেই এই পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰাৰ পাছত ভাৰততো এতিয়া গোচৰ আৰম্ভ হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: covidcovid vaccineFake Vaccineside effect
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
দিল্লী উচ্চ ন্যায়ালয়ে ক’লে ডাঙৰ কথা, এতিয়া শীঘ্ৰেই ত্যাগ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসন

দিল্লী উচ্চ ন্যায়ালয়ে ক'লে ডাঙৰ কথা, এতিয়া শীঘ্ৰেই ত্যাগ কৰিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসন

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.