• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

2 years ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

30 minutes ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

44 minutes ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

2 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

3 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

4 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

18 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

editor by editor
April 30, 2024
in বিশ্ব
0
যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ হোৱাৰ লগে লগে গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৪০ জন পেলেষ্টাইনী লোকৰ মৃত্যু হয়। কায়ৰো -হামাছৰ নেতাসকলে নতুন ৰাউণ্ডৰ যুদ্ধবিৰতি আলোচনাৰ বাবে কায়ৰোত উপস্থিত হোৱাৰ সময়তে, সোমবাৰে ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৪০ জন পেলেষ্টাইনী নিহত হয় আৰু ইয়াৰে আধাতকৈ অধিক লোকৰ মৃত্যু হয় দক্ষিণ গাজাৰ ৰাফা চহৰত।

গাজা ষ্ট্ৰিপৰ উত্তৰ দিশৰ গাজা চহৰত ইজৰাইলৰ যুদ্ধ বিমানে দুটা আবাসথলীত আঘাত হানি কমেও ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় বুলি স্বাস্থ্য বিষয়াসকলে জনায়।

নিশা হোৱাৰ লগে লগে মধ্য গাজা ষ্ট্ৰিপৰ আল-নুচেইৰাট শৰণাৰ্থী শিবিৰৰ এটা ঘৰত ইজৰাইলী বিমান আক্ৰমণত স্থানীয় সাংবাদিককে ধৰি তিনিজন পেলেষ্টাইনীক হত্যা কৰা বুলি চিকিৎসক আৰু হামাছৰ সংবাদ মাধ্যমে জানিবলৈ দিয়ে। ইজৰাইলৰ পৃথক পৃথক বিমান আক্ৰমণত আন ছয়জন লোক নিহত হৈছে বুলিও লগতে সদৰি কৰে।

সোমবাৰে ইজৰাইলৰ সেনাই কয় যে দেওবাৰে মধ্য গাজাত দুজন জোৱান নিহত হৈছে। হামাছৰ মিত্ৰ ইছলামিক জেহাদৰ সশস্ত্ৰ শাখাই সোমবাৰে ইজৰাইললৈ ৰকেট নিক্ষেপ কৰা বুলি প্ৰকাশ কৰি ইজৰাইলৰ আকাশ আৰু স্থল আক্ৰমণৰ প্ৰায় সাত মাহৰ পিছতো গোটটোৱে ৰকেট আক্ৰমণ কৰিবলৈ সক্ষম হোৱাৰ ইংগিত দিয়ে।

গাজাৰ ২৩ লাখ জনসংখ্যাৰ প্ৰায় আধাই মাহৰ পিছত মাহ ধৰি চলি থকা ইজৰাইলী বোমাবৰ্ষণৰ ফলত আশ্ৰয় লোৱা ৰাফাত নতুনকৈ আক্ৰমণৰ সূচনা হৈছিল।

ৰাফাহ আক্ৰমণৰ বিষয়ে সোধাত ইজৰাইলৰ সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে যুদ্ধ বিমানে “দক্ষিণ গাজাৰ অসামৰিক অঞ্চলৰ ভিতৰত সন্ত্ৰাসবাদীয়ে কাম কৰি থকা স্থানত আঘাত কৰিছে”।

মুখপাত্ৰগৰাকীয়ে কয় যে আইডিএফে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ বিফল কৰি ইজৰাইলী সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদান কৰি যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ceasefire talksGaza StripHamasIsraeli strikesPalestinians KilledRafahrockets
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ
বিশ্ব

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

October 22, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
Next Post
সাৱধান, গৰমৰ দিনত বোমৰ দৰে ব্লাষ্ট হৈ যাব পাৰে আপোনাৰ মোবাইল, নকৰিব এই কাম

সাৱধান, গৰমৰ দিনত বোমৰ দৰে ব্লাষ্ট হৈ যাব পাৰে আপোনাৰ মোবাইল, নকৰিব এই কাম

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.