• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

2 years ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

1 hour ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

2 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

2 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

3 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

4 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

4 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

5 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

7 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

7 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

editor by editor
April 30, 2024
in ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা
0
SHARES
802
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

বাবা ৰামদেৱৰ পতঞ্জলিৰ দিব্যা ফাৰ্মাচীৰ বিৰুদ্ধে উত্তৰাখণ্ড চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ ড্ৰাগছ নিয়ন্ত্ৰণ বিভাগৰ লাইচেন্সিং কৰ্তৃপক্ষই কোম্পানীটোৰ ১৪টা সামগ্ৰী নিষিদ্ধ কৰিছে।

বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰে এই সকলোবোৰ সামগ্ৰী নিষিদ্ধ কৰিছে। এই সামগ্ৰীসমূহৰ ভিতৰত আছে মুক্তা ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, পজঞ্জলী দৃষ্টি আই আদি।

এই ১৪টা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ-

শ্বাছাৰী গোল্ড – দিব্য ফাৰ্মাচী
শ্বাছাৰী ৱতী – দিব্য ফাৰ্মাচী
ব্ৰংকম-দিব্য ফাৰ্মাচী
শ্বাছাৰী প্ৰবাহী- দিব্য ফাৰ্মাচী
শ্বাছাৰী আৱলেহ- দিব্য ফাৰ্মাচী
মুক্ত ভাটি এক্সট্ৰা পাৱাৰ- দিব্য ফাৰ্মাচী
লিপিডোম- দিব্য ফাৰ্মাচী
বি পি গ্ৰীট- দিব্য ফাৰ্মাচী
মধুগ্ৰীত-দিব্য ফাৰ্মাচী
মধুনাশিনী ৱতী- দিব্য ফাৰ্মাচী
লিৱামৃত এডভান্স- দিব্য ফাৰ্মাচী
লিভোগ্ৰিট-দিব্য ফাৰ্মাচী
পতঞ্জলি দৃষ্টি আই ড্ৰপ- পতঞ্জলি আয়ুৰ্বেদ
আইগ্ৰিট গোল্ড- দিব্য ফাৰ্মাচী

উল্লেখ্য যে, যোৱা মাহতেই উচ্চতম ন্যায়ালয়ে বাবা ৰামদেৱ আৰু তেওঁৰ কোম্পানী পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত ধমক দিছিল। এতিয়া এই গোচৰৰ শুনানি ৩০ এপ্ৰিল আজি​হ’ব।

পতঞ্জলি আয়ুৰ্বেদেও এই বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰিছে। য’ত কোৱা হৈছিল যে তেওঁ উচ্চতম ন্যায়ালয়ক সন্মান কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পতঞ্জলিয়ে কয় যে এই ভুল পুনৰ পুনৰাবৃত্তি নকৰে। বাবা ৰামদেৱৰ কোম্পানীয়ে ২২ এপ্ৰিলত এই ক্ষমাপ্ৰাৰ্থনা পত্ৰ প্ৰকাশ কৰিছিল।

আই এম এয়ে বাবা ৰামদেৱক শুনালে কথা-
ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সভাপতি ডাঃ আৰ ভি অশোকনে সোমবাৰে কয় যে বাবা ৰামদেৱে Covid-19ৰ নিৰাময় আছে বুলি দাবী কৰাৰ সময়ত সীমা অতিক্ৰম কৰি আধুনিক চিকিৎসা বিজ্ঞানক মূৰ্খ আৰু দেউলীয়া বিজ্ঞান বুলি অভিহিত কৰিছিল।

যোৱা মাহত ৰামদেৱ আৰু তেওঁৰ ঔষধ কোম্পানী পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ে ধমক দিয়াৰ পিছত এইটোৱেই হৈছে আই এম এৰ প্ৰথম মন্তব্য। ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰাৰ কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: baba ramdevpatanjaliPatanjali medicinesupreme courtUtarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
অতিকে শোকাৱহ, ৬৫০ ফুট উচ্চতাৰ পৰা নদীত পৰি মৃত্যু ২৫ গৰাকী লোকৰ

অতিকে শোকাৱহ, ৬৫০ ফুট উচ্চতাৰ পৰা নদীত পৰি মৃত্যু ২৫ গৰাকী লোকৰ

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.