• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

2 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

3 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

4 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

4 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

7 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

8 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

editor by editor
April 30, 2024
in জীৱনশৈলী, বিবিধ
0
খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

শৰীৰৰ বাবে বহু উপকাৰী ঘিউ, তাতে আৰু দেশীয় ঘিউ হলে সেয়া আৰু অধিক ভাল স্বাস্থ্যৰ বাবে। দেশীয় ঘিউত নিহিত হৈ থাকে বহু উপকাৰী গুণ।

দেশীয় ঘিউত কেলচিয়াম, হেল্ডী ফেট, অমেগা ৩ ফেটি এছিড, বিটামিন এ, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে নিহিত হৈ থাকে।

খালী পেটত দেশীয় ঘিউ খোৱৰ ফলত লাভ কৰা প্ৰথমটো গুণেই হৈছে- পাচন শক্তি শক্তিশালী হোৱা। ই আপোনাৰ মেটাবলিজিমক শক্তি দিয়ে।

তাৰোপৰি ই শৰীৰৰ অপশিষ্ট পদাৰ্থক বাহিৰ কৰি দিয়ে । ই ছাল -চুলিৰ বাবেও উপকাৰী। ছালৰ উজ্জলতা অনাৰ লগতে ছুলি শক্তিশালী কৰে, উফি নাইকিয়া কৰে, নতুন চুলি গজাটো সহায় কৰে।

নিতৌ পুৱা ঘিউ খালে পাছলৈ ভোক শান্ত কৰি ৰাখে। তেতিয়া ঘনাই খাই থকাৰ অভ্যাস কমি যায়। লগতে ওজনো নিয়ন্ত্ৰণত থাকে।

শৰীৰত শৰ্কৰাৰ পৰিমানো নিয়ন্ত্ৰণত ৰাখে ঘিউয়ে। যদিয়ে আপুনি প্ৰি ডাইবেটিক ৰোগি, অথবা ডাইবেটিছ হোৱাৰ সম্ভাৱনা আছে , তেন্তে আজিয়েই আৰম্ভ কৰক নিতৌ পুৱা দেশীয় ঘিউ খোৱা কাম। অৱশ্যে ইয়াৰ পূৰ্বে চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহন কৰিব।

শৰীৰৰ হাড়ৰ গঠন তথা হাড় মজবুত কৰে নিতৌ পুৱা দেশী ঘি খালে। হাড়ৰ জোৰা লগা অংশত লুব্ৰিকেণ্টৰ দৰে কাম কৰে ঘিউ খালে। যাৰ ফলত হাড় শক্তিশালী হোৱাৰ লগতে ইয়াৰ গঠনো শক্তিশালী হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায়ক ঘিউ। নিতৌ পুৱা দেশীয় ঘিউ খালে বহু ৰোগৰ পৰা আঁতৰত থাকিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Benefitdeshi gheeGheeghee benefitHealth benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !

কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !

ঘৰে ঘৰে বিনামূলীয়া Wifi ইনষ্টল কৰিছে চৰকাৰে! কেনেকৈ আবেদন কৰিব আপুনি?

ঘৰে ঘৰে বিনামূলীয়া Wifi ইনষ্টল কৰিছে চৰকাৰে! কেনেকৈ আবেদন কৰিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.