• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !

কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !

2 years ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

39 minutes ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

1 hour ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

2 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

3 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

4 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

8 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

8 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !

editor by editor
April 30, 2024
in জীৱনশৈলী, বিবিধ
0
কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !
0
SHARES
742
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় মহে কোনো লোকক অধিক আৰু কোনো লোকক কমকৈ কামোৰে, জানেনে কাৰণ !

একেটা কোঠাতে বহি আছে কেইবাজনো লোক, পাছে মহে সকলোকে সমানে কামোৰা নাই। কেৱল এগৰাকীক কামুৰিছে আনহাতে আন এগৰাকীক স্পৰ্শ কৰা নাই। প্ৰায়ে দেখা যায় কিছু লোকে কৰবাত বহিলেই বা থিয় হলেই মহে বেছিকৈ কামোৰা বুলি অভিযোগ কৰে। ইয়াৰ কাৰণ বিভিন্ন হব পাৰে।

কাপোৰ-
পাতল কাপোৰতকৈ গাঢ় ৰঙৰ কাপোৰৰ প্ৰতি মহৰ আকৰ্ষণ বেছি। ডেংগু বিয়পোৱাৰ বাবে দায়বদ্ধ এডিছ নামৰ এবিধ মহে ভৰিতকৈ হাতত কামোৰাটো বেছি পছন্দ কৰে। বিপৰীতে মেলেৰিয়া বিয়পোৱা এনোফিলিছ প্ৰজাতিৰ মহে ভৰিত কামোৰা পছন্দ কৰে। সেয়ে বাৰিষাৰ সময়ত সম্পূৰ্ণ কাপোৰ পিন্ধাটো ভাল। ইয়াৰ লগতে পাতল ৰঙৰ কাপোৰ পিন্ধিলেও মহৰ দৃষ্টিৰ পৰা আঁতৰি থকাত সহায় কৰে।

তেজৰ গোট
মহে অন্যৰ তুলনাত কিছুমান বিশেষ গ্ৰুপৰ তেজ থকা মানুহক বেছিকৈ কামোৰে। তেজৰ গ্ৰুপ “O” থকা মানুহে আন তেজৰ গ্ৰুপতকৈ অধিক আকৰ্ষণ কৰে।

শৰীৰৰ উত্তাপ
মাইকী মহত থকা এন্টেনাবোৰ তাপৰ প্ৰতি সংবেদনশীল। দূৰৰ পৰা ১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতাৰ উঠা-নমা ধৰা পেলাব পাৰে। যিসকল লোকৰ শৰীৰত অতিৰিক্ত তাপ থাকে। এইবোৰে মহৰ আকৰ্ষণৰ সম্ভাৱনা বেছি। মেদবহুল ব্যক্তি বা এথলেটিক লোকৰ বিপাকীয় ক্ৰিয়া অধিক হয় আৰু শৰীৰত অধিক তাপ উৎপন্ন হয়।

কাৰ্বন ডাই অক্সাইড
মহৰ এন্টেনা বতাহত থকা কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাৰ প্ৰতিও সংবেদনশীল। গতিকে যিসকলৰ বিপাকীয় ক্ৰিয়া বেছি আৰু তেওঁলোকৰ উশাহ-নিশাহত অধিক কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়, তেওঁলোকে অধিক মহক আকৰ্ষণ কৰে।

গৰ্ভাৱস্থা
গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে। গৰ্ভাৱস্থাৰ হৰম’নে শৰীৰত বিপাকীয় ক্ৰিয়া বৃদ্ধি আৰু অধিক তাপ উৎপাদন কৰে। শৰীৰৰ উষ্ণতা বৃদ্ধিৰ বাবে মাইকী মহৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায়।

মদ্যপানৰ অপব্যৱহাৰ
মদ্যপান কৰিলে শৰীৰৰ উত্তাপ বৃদ্ধি পায়, শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ঘাম ওলায়। এই সকলোবোৰ কাৰকে মাইকী মহৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাত সহায় কৰে।

কেনেকৈ সুৰক্ষা দিব লাগে
মহৰ কামোৰাৰ অভ্যাস বুজি পোৱাৰ লগতে দৈনিক মহ বিকৃতকাৰী ঔষধ ব্যৱহাৰ কৰি মহৰ কামোৰৰ প্ৰাদুৰ্ভাৱ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। ডি ডি টি স্প্ৰে কৰা আৰু চাফাই লেতেৰা পানীত কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BloodBlood GroupMosquitomosquito bite
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
Next Post
ঘৰে ঘৰে বিনামূলীয়া Wifi ইনষ্টল কৰিছে চৰকাৰে! কেনেকৈ আবেদন কৰিব আপুনি?

ঘৰে ঘৰে বিনামূলীয়া Wifi ইনষ্টল কৰিছে চৰকাৰে! কেনেকৈ আবেদন কৰিব আপুনি?

তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.