• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

2 years ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

40 minutes ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

1 hour ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

2 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

3 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

3 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

5 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

5 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

6 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

6 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

7 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

8 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

editor by editor
April 30, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে
0
SHARES
440
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মে মাহৰ আৰম্ভণিতেই দুবাৰলৈ দশা সলনি কৰিব বৃহস্পতিয়ে৷ ১ মেত দেৱগুৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তন হ’ব৷ মেষ ৰাশিৰ পৰা বাহিৰলৈ ওলাই বৃষ ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ ইয়াৰ পাছতেই ৩মেত বৃষ ৰাশিত অস্ত যাব৷ অৰ্থাৎ বৃষ ৰাশিত গোচৰৰ পাছতেই বৃহস্পতি অস্ত যাব৷ দুদিনৰ ব্যৱধানত বৃহস্পতিৰ এই গতি পৰিবৰ্তনে কেইটামান ৰাশিৰ  জীৱনত যোগাত্মক প্ৰভাৱ পেলাব৷ ইয়াৰ ফলত ৪ৰাশিৰ ভাগ্যোদয় হ’ব৷ উল্লেখ্য যে বৃহস্পতি জ্ঞান, শিক্ষা, সন্তান, ধৰ্মীয় কাম, পবিত্ৰ স্থান, দান, পূণ্য আৰু বৃদ্ধিৰ কাৰক গ্ৰহ৷ ২৭ নক্ষত্ৰৰ মাজত পুনৰ্বসু, বিশাখা, আৰু পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি এই গ্ৰহ৷ বৃহস্পতিৰ ৰাশি পৰিবৰ্তন আৰু অস্ত যোৱাই ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময়ৰ সূচনা কৰিব৷কোন কোন ৰাশি তালিকাত আছে জানি থওক৷

মেষ ৰাশি

বৃহস্পতিৰ গোচৰ আৰু অস্ত দশাই প্ৰভাৱিত কৰিব মেষ ৰাশিৰ জাতকক৷ এই ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ লগ্নিৰ দ্বাৰা লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব এই ৰাশিৰ জাতক৷ পাৰিবাৰিক জীৱনত সুখ-স্বাচ্ছন্দ্য থাকিব৷ এই সময়ত লক্ষ্মীৰ আশীৰ্বাদত জীৱনলৈ আনন্দৰ আগমন হ’ব৷ ব্যয় কমিব৷ লেনদেনৰ বাবে এই সময় শুভ৷

মিথুন ৰাশি

এই সময়ত মিথুন ৰাশিৰ জাতকে নতুন ঘৰ ক্ৰয় কৰিব পাৰে৷ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ দাম্পত্য জীৱনত সুখ থাকিব৷ ইয়াৰোপৰি আপুনি নতুন কোনো কাম আৰম্ভ কৰিবৰ বাবে এই সময় শুভ৷ লেনদেনৰ বাবেও এই সময় অনুকূল৷ আৰ্থিক লেনদেনৰ পূৰ্বে ভালধৰণে চিন্তা কৰিব৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷

সিংহ ৰাশি

লক্ষ্মীৰ আশীৰ্বাদ সিংহ ৰাশিৰ জাতকৰ কাম সহজে সমাধা হ’ব৷ নতুন ঘৰ ক্ৰয় কৰাৰ যোগ আছে এই ৰাশিৰ৷ ব্যৱসায়ৰ বাবে এই সময় অত্যন্ত শুভ৷ ইয়াৰোপৰি ধন লাভ হ’ব৷ ব্যয় নিয়ন্ত্ৰণত ৰাখিব নহ’লে অৰ্থাভাৱে দেখা দিব৷ লেনদেনৰ বাবে এই সময় শুভ৷ এই সময়ত ঋণ দিয়া ঋণ লোৱা আদি কাম এৰাই চলোৱাটোৱে শ্ৰেয়৷

কন্যা ৰাশি

বৃহস্পতিৰ ৰাশি পৰিবৰ্তন আৰু অস্ত যোৱাৰ ফলত কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ এই সময়ত কোনো বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল মুনাফা অৰ্জন কৰিব পাৰে৷ নতুন বাহন ক্ৰয় কৰিব পাৰে৷ লেনদেনৰ বাবে এই সময় শুভ নহয়৷ লক্ষ্মীৰ আশীৰ্বাদ থাকিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ যাৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ৷ এই সময়ত ধন লাভ হোৱাৰ সত্ত্বেও ব্যয়ো বাঢ়িব৷ ব্যয় নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব৷ জ্যোতিষ গণনা অনুসৰি এই সময় ব্যৱসায়ীসকলৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়৷ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ বাবে এই সময় শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

July 13, 2026
Next Post
কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.