• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

3 weeks ago
ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!

ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!

6 hours ago
মিঠাইত লগোৱা ৰূপৰ প্ৰলেপ নিৰামিষ নে আমিষ?

মিঠাইত লগোৱা ৰূপৰ প্ৰলেপ নিৰামিষ নে আমিষ?

7 hours ago
২ বিদেশী মহিলাৰে অপকৰ্ম! পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে অভিযোগ

২ বিদেশী মহিলাৰে অপকৰ্ম! পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে অভিযোগ

7 hours ago
অনিৰুদ্ধৰে SRHৰ CEO কাব্য মৰাণৰ দ্বিতীয় ইনিংছ

অনিৰুদ্ধৰে SRHৰ CEO কাব্য মৰাণৰ দ্বিতীয় ইনিংছ

8 hours ago
একেলগে জ্বলিল ৩ বন্ধুৰ চিতা! অজিত-জিতু-শিৱৰ মৃত্যুৰ বাবে দায়ী কোন?

একেলগে জ্বলিল ৩ বন্ধুৰ চিতা! অজিত-জিতু-শিৱৰ মৃত্যুৰ বাবে দায়ী কোন?

8 hours ago
চৰ্চিত মহিলাৰ সন্তানৰ পিতৃ কোন? চাকৰিৰ প্ৰলোভনেৰে কোনে কৰিছিল নিৰ্যাতন?

চৰ্চিত মহিলাৰ সন্তানৰ পিতৃ কোন? চাকৰিৰ প্ৰলোভনেৰে কোনে কৰিছিল নিৰ্যাতন?

9 hours ago
বাহনত এতিয়াই ভৰাই লওঁক পেট্ৰ’ল-ডিজেল

বাহনত এতিয়াই ভৰাই লওঁক পেট্ৰ’ল-ডিজেল

10 hours ago
সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ! ৬ টকা পৰ্যন্ত বৃদ্ধি গাখীৰৰ দাম

সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ! ৬ টকা পৰ্যন্ত বৃদ্ধি গাখীৰৰ দাম

11 hours ago
তীব্ৰ বিতৰ্কত ৰাহুল গান্ধীৰ প্ৰতিবাদী কাৰ্যসূচী

তীব্ৰ বিতৰ্কত ৰাহুল গান্ধীৰ প্ৰতিবাদী কাৰ্যসূচী

11 hours ago
মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

মৰ্মান্তিক! শোকাৱহ! ভগ্নীক বচাবলৈ পুখুৰীত জাঁপ দিলে ৩ ভাতৃ

12 hours ago
ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড, টংলাত ১৩ বছৰীয়া কিশোৰীৰে ভয়ংকৰ ঘটনা

ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড, টংলাত ১৩ বছৰীয়া কিশোৰীৰে ভয়ংকৰ ঘটনা

12 hours ago
এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

এইবাৰ চীনে নিৰ্মাণ কৰিলে উৰিব পৰা গাড়ী!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

কেনে আছে বলীউডৰ তাৰকাগৰাকী?

editor by editor
October 18, 2026
in বিনোদন, বিবিধ, লেখা
0
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি
0
SHARES
865
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহু অঞ্চলত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ফুটবল খেলি ঘৰলৈ উভতি অহাৰ সময়তে তিনিজন বাইক আৰোহী আক্ৰমণকাৰীয়ে তেওঁৰ গাড়ীত গুলীচালনা কৰে। অৱশ্যে বলীউডৰ অভিনেতাগৰাকীৰ কোনো গুলীৰ আঘাত হোৱা নাছিল। তেওঁৰ গাড়ীৰ চালকজন আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাত এজন অটো চালকো আহত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি টাইগাৰৰ বিএমডব্লিউ গাড়ীখনত তিনি ৰাউণ্ড গুলীচালনা কৰা হয়। আহত চালকজনক নানাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। টাইগাৰৰ পিতৃ প্ৰবীণ অভিনেতা জেকী শ্ৰফৰ দলটোৱেও সংবাদ মাধ্যমক জনাইছে যে অভিনেতাজন সুৰক্ষিত। তেওঁলোকৰ ভাষাত “টাইগাৰ ঠিকেই আছে।” ডিচিপি মোহিত গাৰ্গেও নিশ্চিত কৰে যে টাইগাৰৰ কোনো গুলীৰ আঘাত হোৱা নাই। ঘটনাৰ পিছতে আৰক্ষীয়ে ঘেৰাও কৰিছে অঞ্চলটো। আক্ৰমণকাৰীক বিচাৰিবলৈ ১২টা দল গঠন কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।

অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণোই গেঙে। লৰেন্স বিষ্ণোই গেঙক প্ৰতিনিধিত্ব কৰা গেংষ্টাৰ অনিল পণ্ডিতৰ এটা ছ’চিয়েল মিডিয়া পোষ্ট ওলাইছে, য’ত তেওঁ টাইগাৰৰ ওপৰত আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। পোষ্টটোত অনিল পণ্ডিতে দাবী কৰিছে যে তেওঁ আৰু অৰমান সন্ধুৱে এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল। পোষ্টটোত উল্লেখ কৰা হৈছে যে চলমান খানৰ সৈতে যি ব্যক্তিয়েই কাম কৰিব তেওঁ হ’ব পৰৱৰ্তী লক্ষ্য।

টাইগাৰ শ্ৰফত হোৱা আক্ৰমণৰ পিছতে মুম্বাই আৰক্ষীয়ে কাৰ্যত লিপ্ত হৈছে। ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে ১৫টা বিশেষ দল গঠন কৰি গোচৰটোৰ তদন্ত আৰু আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ সক্ষম হৈছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!
অসম

ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!

November 11, 2026
মিঠাইত লগোৱা ৰূপৰ প্ৰলেপ নিৰামিষ নে আমিষ?
জীৱনশৈলী

মিঠাইত লগোৱা ৰূপৰ প্ৰলেপ নিৰামিষ নে আমিষ?

November 11, 2026
২ বিদেশী মহিলাৰে অপকৰ্ম! পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে অভিযোগ
বিশ্ব

২ বিদেশী মহিলাৰে অপকৰ্ম! পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে অভিযোগ

November 11, 2026
অনিৰুদ্ধৰে SRHৰ CEO কাব্য মৰাণৰ দ্বিতীয় ইনিংছ
বিনোদন

অনিৰুদ্ধৰে SRHৰ CEO কাব্য মৰাণৰ দ্বিতীয় ইনিংছ

November 11, 2026
Next Post
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.