• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

2 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

5 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

5 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

6 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

7 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

7 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

7 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

8 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

10 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

10 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

11 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

12 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

editor by editor
April 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, শিক্ষা
0
কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধুমধামেৰে কন্যাক বিয়া দি বিদায় দিয়াটো ভাৰতীয় এক পৰম্পৰা৷ সেই কন্যাৰেই যেতিয়া বিচ্ছেদ হয় তেতিয়া কিন্তু কান্দোনেৰে ঘৰলৈ উভতি আহে অন্যথা বহুতে লোকসমাজৰ ভয়ত বিষয়টোকেই গাপ দিবলৈ যত্ন কৰে৷ এইবাৰ এগৰাকী পিতৃয়ে লৈছে ব্যতিক্ৰম পদক্ষেপ৷ কন্যাৰ বিবাহ বিচ্ছেদ হোৱাৰ খবৰ লাভ কৰিয়েই পিতৃয়ে ঘৰলৈ বেণ্ড পাৰ্টী মাতি ঢাক-ঢোল বজাই কন্যাক ঘৰলৈ উভতাই আনিছে৷ ঘটনা উত্তৰপ্ৰদেশৰ কানপুৰৰ৷ পেছাত চৰকাৰী কৰ্মচাৰী৷ ব্যক্তিগৰাকীৰ নাম অনিল কুমাৰ৷ অনিল কুমাৰৰ কন্যাৰ বিবাহ বিচ্ছেদ হৈছে৷ কন্যাক এদিন যেনেকৈ কলপুলিৰ তলেৰে বেণ্ডপাৰ্টী বজাই বিদায় দিছিল তেনেকৈয়ে উভতি আহোতেও ৰাজকীয় আয়োজনেৰে আদৰিছে পিতৃয়ে৷ কন্যাই বিচ্ছেদ হৈছে বুলিয়েই যাতে এই সমাজত মুখ লুকুৱাই জীয়াব নালাগে তাৰবাবে পিতৃ আগুৱাই আহিছে৷

কন্যাই মূৰ তুলি এই সমাজত জীয়াব লাগিব৷ বিচ্ছেদতেই জীৱন শেষ নহয় অথৱা বিচ্ছেদ কোনো লাজ কৰিবলগীয়া বিষয়ো নহয়৷ পিতৃয়ে চুবুৰীয়াক বুজাই দিছে তেওঁৰ কন্যাই বিবাহবিচ্ছেদ দি কোনো অপৰাধ কৰা নাই বৰঞ্চ মুক্ত এক জীৱনৰ দিশে এখোজ আগুৱাই দিছে৷ তাৰবাবেই এই ৰাজকীয় আয়োজন কৰিছে বুলিও জনাইছে পিতৃ আনিলে৷ পিতৃ-মাতৃৰ এই পদক্ষেপক লৈ কন্যাও সুখী৷

অনিলৰ কন্যা উৰভি নতুন দিল্লীৰ পালাম বিমানবন্দৰৰ এগৰাকী ইঞ্জিনীয়াৰ৷ ২০১৬ চনত তেওঁ এজন কম্পিউটাৰ ইঞ্জিনীয়াৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ ইয়াৰ পাছতেই স্বামীৰ সৈতে দিল্লীতেই বসবাস কৰি আছিল উৰভিয়ে৷ তেওঁলোকৰ এগৰাকী কন্যা সন্তানো আছে৷ অভিযোগমতে বিবাহৰ পাছৰে পৰাই যৌতুক বিচাৰি উৰভিৰ ওপৰত নিৰ্যাতন চলাইছিল তেওঁৰ স্বামীৰ পৰিয়ালে৷ নিৰ্যাতন দিনকদিনে বাঢ়ি থকাৰ বাবেই উৰভিয়ে বিবাহবিচ্ছেদৰ আৱেদন কৰে৷ বিগত ২৮ ফেব্ৰুৱাৰীত বিবাহবিচ্ছেদ মঞ্জুৰ কৰিছে আদালতে৷ তাৰপিছতেই পিতৃ অনিলে কন্যাক ধুমধামেৰে বেণ্ডপাৰ্টী বজাই ঘৰলৈ উভতাই আনিছে৷

এই প্ৰসংগত অনিলে কয়, ‘মই মোৰ কন্যাক উভতাই আনিছো৷ তাইক মই যেনেকৈ বিদায় দিছিলো তেনেকৈয়ে ঘৰলৈকো উভতাই আনিছো৷ আমি বিচাৰো তাই মূৰ তুলি জীয়াই থাকক৷ কন্যাক ঘৰলৈ অনাৰ বাবেই মই এই বেণ্ডপাৰ্টীৰ ব্যৱস্থা কৰিছিলো৷ সমাজক মই এটি ইতিবাচক বাৰ্তা দিব খোজো৷ বিচ্ছেদৰ পাছত কন্যাক কেতিয়াও পিতৃ পৰিয়ালে উপেক্ষা কৰিব নালাগে৷ উপেক্ষাৰ পৰিবৰ্তে নতুন জীৱন আৰম্ভ কৰিবৰ বাবে উৎসাহিত কৰা উচিত৷’

ইপিনে কন্যাক আদৰি উৰভিত মাতৃ কুছুমলতাই কয়, ‘মই আৰু মোৰ কন্যা আৰু নাতিনীৰ সৈতে একেলগে থাকিম৷ খুব ভাল লাগিছে৷ এই সময় আমাৰ বাবে সুখৰ সময়৷ এই সময়, এই সুখ আমি ভগাই ল’ব খুজিয়েই এই আয়োজন কৰিছো৷’ অনিলৰ এগৰাকী চুবুৰীয়াই এই সন্দৰ্ভত কয়, ‘আমি ভাৱিছিলো উৰভিৰ দ্বিতীয় বিবাহ বুলি৷ কিন্তু পাছতহে গম পাও নহয়৷ আমি অনিলৰ এই কৰ্মত সুখী হৈছো, তেওঁৰ চিন্তাত আমি অভিভূত হৈছো৷ কন্যাগৰাকী সুখত থাকক আমিও তাকেই কামনা কৰো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
Next Post
টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

দৃষ্টিশক্তি হেৰুওৱাৰ পথত ৰাঘৱ চাড্ডা! দলৰ কঠিন সময়ত ক’ত আছে ৰাঘৱ?

দৃষ্টিশক্তি হেৰুওৱাৰ পথত ৰাঘৱ চাড্ডা! দলৰ কঠিন সময়ত ক’ত আছে ৰাঘৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.