• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন

দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন

6 months ago
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

2 minutes ago
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

36 minutes ago
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

1 hour ago
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

1 hour ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

2 days ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

2 days ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

2 days ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

2 days ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

2 days ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন

editor by editor
July 2, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন

মেষ ৰাশি-
মেষ ৰাশিৰ লোকে আজি মিশ্ৰিত ফলাফল পাব পাৰে। অপ্ৰয়োজনীয় কথাবোৰত চিন্তা নকৰিব। পঢ়া-শুনাত বাধাৰ সন্মুখীন হ’ব পাৰে। ক্ৰীড়াত সফলতা লাভ কৰিব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। নাৰীৰ ৰোগত ভুগিব পাৰে। দীৰ্ঘদিনীয়া ঋণ আজি পৰিশোধ হ’ব পাৰে।

বৃষ ৰাশি-
যিকোনো নতুন উদ্যোগ বা বিনিয়োগৰ বাবে আজি শুভ। ভ্ৰাতৃত্ববোধৰ সংঘাত বাঢ়িব পাৰে। আজিয়েই নিজকে পৰিৱেশৰ চাপৰ পৰা মুক্ত কৰি ৰাখক। সৰু সৰু ব্যৱসায়িক ভ্ৰমণ আজি ফলপ্ৰসূ হ’ব। গাখীৰ, মাছ, সুগন্ধি তেল আদি তৰল ব্যৱসায় আজি লাভজনক হ’ব। অবিবাহিত মানুহৰ বিবাহৰ কথা আগবাঢ়িব পাৰে।

মিথুন ৰাশি-
মিথুন ৰাশিৰ লোকৰ বাবে কামত শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। অনাকাংক্ষিত কথা কোৱাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। বৈবাহিক জীৱনত হঠাৎ মতানৈক্য হ’ব পাৰে। ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকক। চাকৰি সলনি বা নতুন চাকৰি পোৱাৰ ইংগিত পোৱা গৈছে।

কৰ্কট ৰাশি-
কৰ্কট ৰাশিয়ে নিজৰ সন্তানৰ অগ্ৰগতিৰ বাবে গৌৰৱ অনুভৱ কৰিব। চিকিৎসাৰ খৰচ বৃদ্ধি পাব। যান-বাহনৰ ক্ষতি হোৱাৰ আশংকা। অযোগ্য ব্যক্তিক ঋণ দিলে সমস্যাৰ সন্মুখীন হ’ব। সম্পত্তিৰ লগত জড়িত জটিলতা বৃদ্ধি পাব পাৰে।

সিংহ ৰাশি-
সিংহ ৰাশিৰ লোকে জীৱন সংগী বাছনি কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন। চিকিৎসাৰ খৰচ বৃদ্ধি পাব পাৰে। নতুন ঘৰ কিনাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কৰ্মস্থলী সলনি কৰিব পাৰে বা নতুন চাকৰি পাব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে।

কন্যা ৰাশি-
উপাৰ্জিত ধনেৰে সঞ্চয় বৃদ্ধি কৰিব পাৰিব। বিৰোধীৰ লগত মৌখিক বুজাবুজি কৰিলে আপুনি লাভৱান হ’ব। নতুন ব্যৱসায়ৰ পৰা লাভৰ ইংগিত পোৱা গৈছে। বয়োজ্যেষ্ঠ, স্থানীয় বা বৃদ্ধ লোকৰ লগত মতানৈক্য থাকিব পাৰে। ঋণ পৰিশোধৰ ক্ষেত্ৰত জটিলতা আহিব।

তুলা ৰাশি-
তুলা ৰাশিৰ লোক আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত। আপুনি ডিঙিৰ সমস্যাত ভুগিব পাৰে। দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যা এটা সমাধান হ’ব পাৰে। শাৰীৰিক আঘাতৰ আশংকা থাকে। সামান্য ভ্ৰমণৰ সম্ভাৱনা আছে। পূৰ্বপুৰুষৰ উৎসৰ পৰা লাভৰ আশা কৰা হ’ব পাৰে।

বৃশ্চিক ৰাশি-
বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন সম্পৰ্কত লিপ্ত হব পাৰে। তেওঁলোক স্নায়ুৰ বিকাৰত ভুগিব পাৰে। ঔষধ ব্যৱসায়ৰ পৰা আয় বৃদ্ধি পাব। আমদানি-ৰপ্তানি ব্যৱসায়ত আপুনি আশা কৰা ধৰণে উন্নতিৰ সুযোগ পাব। ভুল মানুহৰ প্ৰলোভনত পৰিলে সমস্যা বাঢ়িব। বয়োজ্যেষ্ঠসকলৰ লগত মতানৈক্য হ’ব পাৰে।

ধনু ৰাশি-
আজি ধনু ৰাশিৰ লোকে মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব। খৰচ বাঢ়িব পাৰে। যৌথ বা অংশীদাৰিত্ব ব্যৱসায়ত লাভ বৃদ্ধি পাব। আপুনি ডিঙিৰ সমস্যাত ভুগিব পাৰে। কোনো অযোগ্য ব্যক্তিক টকাৰে সহায় কৰিলে সমস্যাৰ সন্মুখীন হ’ব। আপুনি হয়তো কোনো অবৈধ কাৰ্য্যৰ সাক্ষী হ’ব পাৰে। আপুনি হয়তো সমাজ কামত অনুদানৰ বাবে ধন খৰচ কৰিব পাৰে।

মকৰ ৰাশি-
আজি মকৰ ৰাশিৰ লোকৰ বিৰুদ্ধে কূটনৈতিক ষড়যন্ত্ৰ চলিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যজনিত কাৰণত খৰচ হ’ব ধন। সঠিক বস্তু পোৱাত পলম হ’ব পাৰে। অবৈধ ধন ঘটাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আইনী অসুবিধা হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি-
কুম্ভ ৰাশিৰ লোকে উপাৰ্জনৰ নতুন উপায় বিচাৰি পাব পাৰে। এজন ভাল বন্ধুৰ পৰামৰ্শত হঠাৎ বিপদৰ পৰা হাত সাৰিব পাৰি। জীৱন সংগীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত বিপদ হব পাৰে। অভিযান্ত্ৰিক, সূক্ষ্ম কলা, বস্ত্ৰ বিভাগৰ সৈতে জড়িত লোকসকলে অগ্ৰগতি লাভ কৰিব।

মীন ৰাশি-
আজি আপুনি ঘৰুৱা সমস্যা সমাধানৰ পৰিস্থিতি বিচাৰি পাব। ঈৰ্ষাপৰায়ণ সহকৰ্মীৰ পৰা সাৱধান হওক। অংশীদাৰিত্বৰ ব্যৱসায় লাভজনক হ’ব। গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। নতুন ঘৰ কিনাৰ সম্ভাৱনা প্ৰবল। গাড়ী কিনাৰ সম্ভাৱনা আছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologydaily horoscopehoroscopeRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো
জীৱনশৈলী

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

January 5, 2026
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

January 5, 2026
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ
জীৱনশৈলী

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

January 5, 2026
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?
জীৱনশৈলী

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

January 5, 2026
Next Post
আজিৰে পৰা আৰম্ভ অমৰনাথ যাত্ৰা, এইবাৰ কিমান ভক্তৰ দৰ্শনৰ বাবে পঞ্জীয়ন

আজিৰে পৰা আৰম্ভ অমৰনাথ যাত্ৰা, এইবাৰ কিমান ভক্তৰ দৰ্শনৰ বাবে পঞ্জীয়ন

১১ ঠাইত ডাৱৰ বিস্ফোৰণ, প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ হিমাচল প্ৰদেশত, বৰ্তমানলৈ ১৭ নিহত

১১ ঠাইত ডাৱৰ বিস্ফোৰণ, প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ হিমাচল প্ৰদেশত, বৰ্তমানলৈ ১৭ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.