• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ব পৰৱৰ্তী দালাই লামা, আহি গৈছে সংকেট ! বৰ্তমনাৰ দালাই লামাৰ জন্মদিনৰ দিনাই হ’ব পাৰে ঘোষণা

কোন হ’ব পৰৱৰ্তী দালাই লামা, আহি গৈছে সংকেট ! বৰ্তমনাৰ দালাই লামাৰ জন্মদিনৰ দিনাই হ’ব পাৰে ঘোষণা

9 months ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

1 hour ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

3 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

4 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

5 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

6 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

6 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হ’ব পৰৱৰ্তী দালাই লামা, আহি গৈছে সংকেট ! বৰ্তমনাৰ দালাই লামাৰ জন্মদিনৰ দিনাই হ’ব পাৰে ঘোষণা

editor by editor
July 2, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোন হ’ব পৰৱৰ্তী দালাই লামা, আহি গৈছে সংকেট ! বৰ্তমনাৰ দালাই লামাৰ জন্মদিনৰ দিনাই হ’ব পাৰে ঘোষণা
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হ’ব পৰৱৰ্তী দালাই লামা, আহি গৈছে সংকেট ! বৰ্তমনাৰ দালাই লামাৰ জন্মদিনৰ দিনাই হ’ব পাৰে ঘোষণা

তিব্বতী বৌদ্ধসকলৰ আধ্যাত্মিক গুৰু তথা মুৰব্বী তথা শান্তি নোবেল বঁটা বিজয়ী দালাই লামাই অহা ৬ জুন তাৰিখে ৯০ বছৰ সম্পূৰ্ণ কৰিব। ইয়াৰ লগে লগে নিৰ্বাচিত হ’ব পৰৱৰ্তী আধ্যাত্মিক মুৰব্বী ১৫ সংখ্যক দালাই লামা।

এই নিৰ্বাচন বহু দেশৰ বাবে আগ্ৰহৰ বিষয়, কাৰণ দালাই লামাক বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। অৱশ্যে দালাই লামাই ইতিমধ্যে উত্তৰাধিকাৰীৰ বিষয়ে কৈছে যে এইবাৰ চীনদেশৰ বাহিৰৰ পৰা নিৰ্বাচিত হব পৰৱৰ্তী দালাই লামা। ইয়াৰ বাবে আজি ২ জুন তাৰিখৰ পৰা আৰম্ভ হ’ব ধৰ্মীয় অনুষ্ঠান।

তিব্বতী পৰম্পৰা অনুসৰি এজন জ্যেষ্ঠ বৌদ্ধ সন্ন্যাসীৰ মৃত্যুৰ পিছত পুনৰ জন্ম লোৱা বুলি কোৱা হয়, তাৰ পিছত উত্তৰাধিকাৰী বাছনিৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। বাতৰি অনুসৰি দালাই লামাই তেওঁৰ ‘ভইচ ফৰ দ্য ভইচলেছ’ নামৰ কিতাপখনত কৈছিল যে ‘তেওঁৰ উত্তৰাধিকাৰী চীনৰ বাহিৰত জন্ম হ’ব।’

সাধাৰণতে বিশ্বাস কৰা হয় যে প্ৰথম দালাই লামাৰ মৃত্যুৰ পিছতহে দ্বিতীয় দালাই লামাৰ পুনৰ্জন্ম হয়, কিন্তু ২০১১ চনত দালাই লামাই কৈছিল যে ‘মৃত্যুৰ পূৰ্বেই জ্ঞান-প্ৰকাশ প্ৰকাশ পাব পাৰে।’ তেওঁৰ এই বক্তব্যৰ পিছত অনুমান কৰা হৈছিল যে ‘দলাই লামাই হয়তো ইংগিত দিছে যে তেওঁ নিজৰ জীৱনকালতে উত্তৰাধিকাৰী নিৰ্বাচন কৰি প্ৰশিক্ষণ দিব।’

উল্লেখ্য যে, ১৩ সংখ্যক দালাই লামাৰ মৃত্যুৰ পাছত ১৯৩৫ চনৰ ৬ জুলাইত কিংহাই প্ৰদেশত জন্মগ্ৰহণ কৰা লামো ধোণ্ডুপক ১৪ সংখ্যক দালাই লামা হিচাপে নিৰ্বাচন কৰিছিল। ১৯৪০ চনত লামো থণ্ডুপক লাছাৰ পোটালা প্ৰাসাদলৈ স্থানান্তৰ কৰা হয় আৰু তাতেই তেওঁ আনুষ্ঠানিকভাৱে তিব্বতীসকলৰ আধ্যাত্মিক নেতা হিচাপে নিৰ্বাচিত হয় আৰু পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে দালাই লামা হিচাপে পৰিচিত হৈ পৰে। এতিয়া লক্ষ্যনীয় হ’ব পৰৱৰ্তী দালাই লামা কোন হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 15th Dalai LamaDalai Lama
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
Next Post
ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ

ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ

আজি ২ জুলাই দিনটো ৫ ৰাশিৰ লোকৰ বাবে লাকী দিন হিচাপে পৰিগণিত হ’বলৈ গৈ আছে

আজি ২ জুলাই দিনটো ৫ ৰাশিৰ লোকৰ বাবে লাকী দিন হিচাপে পৰিগণিত হ'বলৈ গৈ আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.