• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ

ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ

1 year ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

আজি আদালতত গৰিমা গাৰ্গৰ মুখামুখি হ’ব অমৃতপ্ৰভা

14 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

37 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

12 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

14 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ

editor by editor
July 2, 2025
in উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ
0
SHARES
610
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজাৰ বাহিৰে সোনমক আন এজনেও দিছিল মংগলসূত্ৰ! দুজন স্বামী আছিল নেকি সোনমৰ? তথ্য পোহৰলৈ

হনীমুন হত্যাকাণ্ডৰ ওৰ নপৰা কথা। এইবাৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাত আন এক তথ্য পোহৰলৈ আহিছে। শেহতীয়া প্ৰকাশিত তথ্য অনুসৰি, সোনমৰ গহনাৰ পৰা আৰক্ষীয়ে লাভ কৰিছিল দুডালকৈ মংগলসুত্ৰ।

যাৰ পাছতে আৰক্ষীয়ে ৰাজা ৰংঘুবংশীৰ পৰিয়ালৰ সৈতে সোধপোচ কৰি জানিব পাৰে ৰাজাই এডাল হে মংগলসূত্ৰ দিছিল সোনমক। তেন্তে আন এডাল মংগলসুত্ৰ আহিল কৰ পৰা!

এই সন্দৰ্ভত ৰাজা ৰঘুবংশীৰ ভাতৃ বিপিন ৰঘুবংশীয়ে ডাঙৰ দাবী কৰিছে। এক আছুতীয়া সাক্ষাৎকাৰত বিপিন ৰঘুবংশীয়ে কয় যে, “আমাৰ পৰিয়ালে সোণমক মাত্ৰ এডালহে মংগলসূত্ৰ দিছিল, যিটো আমি ফটোৰ জৰিয়তে নিশ্চিত কৰিছো। প্ৰশ্ন উত্থাপন হয় যে সোণমে দ্বিতীয় মংগলসূত্ৰ ক’ৰ পৰা পালে?”

বিপিনে আশংকা প্ৰকাশ কৰিছে যে সোণম ৰঘুবংশীয়ে ইতিমধ্যে গোপনে ৰাজ কুশৱাহাক বিয়া কৰাইছিল আৰু সেই বিবাহৰ পৰাই আছিল দ্বিতীয় মংগলসূত্ৰ। পাছে ইয়াৰ সঠিক উত্তৰ বৰ্তমানলৈ প্ৰকাশ পোৱা নাই।

আনহাতে এতিয়া এই গোচৰৰ আটাইকেইজন অভিযুক্তৰ নাৰ্কো টেষ্টৰ বাবে অহৰহ দাবী জনাইছে পৰিয়ালটোৱে। কাৰণ আদালতত বাৰে বাৰে বক্তব্য সলনি কৰি আছে অভিযুক্তই। সেয়ে দাবী,- নাৰ্কো টেষ্টৰ পিছতহে এই হত্যাকাণ্ডৰ প্ৰকৃত ষড়যন্ত্ৰ প্ৰকাশ পাব।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত চলাই থকা মেঘালয় আৰক্ষীৰ এছ আই টিয়ে সোণম ৰঘুবংশীৰ লেপটপ আৰু পেন ড্ৰাইভ উদ্ধাৰ কৰিছে। লেপটপ আৰু পেন ড্ৰাইভৰ সহায়ত আৰক্ষীয়ে গোচৰৰ তদন্ত আগবঢ়াই নিব। এই লেপটপৰ সহায়তে সোণমে শ্বিলঙৰ টিকট বুকিং কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Honeymoon Murder caseRaja KushwahaSonam Raghubanchi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
Next Post
আজি ২ জুলাই দিনটো ৫ ৰাশিৰ লোকৰ বাবে লাকী দিন হিচাপে পৰিগণিত হ’বলৈ গৈ আছে

আজি ২ জুলাই দিনটো ৫ ৰাশিৰ লোকৰ বাবে লাকী দিন হিচাপে পৰিগণিত হ'বলৈ গৈ আছে

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.